সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসম চৰকাৰৰ কৰ্মচাৰীয়ে মে’ মাহৰ সম্পূৰ্ণ দৰমহা পাবনে?

ক’ৰোনা মহামাৰী প্ৰতিৰোধৰ বাবে বলবৎ হৈ থকা লকডাউনৰ বাবে ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখন একপ্ৰকাৰ স্থবিৰ হৈ পৰিছে ৷ ৰাজহ সংগ্ৰহ দ্ৰুতগতিত হ্ৰাস পাইছে ৷ এনে পৰিস্থিতিত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহাৰ এটা অংশ কৰ্তনকলৈও চিন্তা চৰ্চা চলিছে ৷ কিন্তু সদ্যহতে অসম চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰক ৰাজ্য চৰকাৰে মে’ মাহৰ সম্পূৰ্ণ দৰমহা আৰু পেঞ্চন আদায় দিয়াৰ সিদ্ধান্ত লৈছে ৷ আজি ৰাজ্যৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে ৷ তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে বিকেন্দ্ৰীকৃত পুজি মোকলাই দিয়া বাবেই দৰমহা আদায় দিয়াটো সম্ভৱ হৈ উঠিছে ৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.