সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বানৰ বাতৰিঃ মৃত্যু দুজনৰ

Assam State Management Authorityৰ ২৯ মে'ৰ প্ৰতিবেদন অনুসৰি আজিৰ দিনটোত ৰাজ্যৰ বানত আক্ৰান্ত গাঁওৰ সংখ্যা ৩৫৬খন।ৰাজ্যৰ মুঠ এঘাৰটা ৰাজহ চক্ৰৰ ২৪৭৫৫ হেক্টৰ কৃষিভূমি আজিৰ দিনটোত বানৰ কৱলত।বানৰ কৱলত এতিয়ালৈকে গোৱালপাৰা আৰু হোজাইত দুজন ব্যক্তিয়ে…

এজন যুৱকক লৈ বিপাঙত এটা কোৱাৰেণ্টীন চেণ্টাৰৰ কৰ্তৃপক্ষ

ক'ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিত চৰকাৰে কোৱাৰেণ্টীনৰ বিশেষ ব্যৱস্থা কৰিছে। বহুসময়ত ছচিয়েল মিডিয়াকে ধৰি বিভিন্ন মাধ্যমত চৰকাৰে কোৱাৰেণ্টীনত থকা লোকসকলক যোগান ধৰা খাদ্যক লৈ সমালোচনা কৰিছে বিভিন্নজনে। খাদ্যৰ লগতে লেতেৰা পৰিৱেশৰ কথাও চৰ্চিত হৈছে।…

অখিল গগৈ, ধৈৰ্য-মানস-বিটুৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল NIA-ৰ

অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিটু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে থকা NIAৰ ১৩/১৯ নং গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিছে NIA-এ । উল্লেখ্য যে বৃহস্পতিবাৰে চাবুৱা থানাৰ তিনিটা গোচৰত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ। প্ৰথম ৯০ দিনত নিয়াই চাৰ্জশ্বীট দাখিল কৰাত…

প্ৰবাসী শ্ৰমিকৰ ৰে’ল ভাড়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

প্ৰবাসী শ্ৰমিকৰ পৰা কোনো চৰকাৰে ট্ৰেইন বা বাছৰ ভাড়া ল'ব নোৱাৰিব- এই নিৰ্দেশ জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। ৰাজ্যসমূহে ট্ৰেইনৰ অনুৰোধ জনোৱাৰ লগে লগে পলম নকৰি ট্ৰেইনৰ ব্যৱস্থা কৰিব লাগিব বুলিও ৰে'ল মন্ত্ৰালয়ক শীৰ্ষ ন্যায়ালয়ে নিৰ্দেশ…

বানৰ বাতৰিঃ ২৮ মে’

ৰাজ্যত পুনৰ আৰম্ভ হৈছে বানৰ তাণ্ডৱ।Assam State Management Authority য়ে ২৮ মে'ত অৰ্থাৎ আজি দিয়া তথ্য অনুসৰি আজিৰ দিনটোত ৰাজ্যত নখন জিলা বানত আক্ৰান্ত হৈছে।মুঠ তিনিশ খন গাঁওৰ ২১৫৭২ হেক্টৰ কৃষিভূমি আক্ৰান্ত হৈছে বানত।

এজনো ক’ৰোনা আক্ৰান্ত নাই নিউজিলেণ্ডৰ চিকিৎসালয়ত !

সম্পূৰ্ণ ক'ৰোনা মুক্ত হ'ল এখন দেশ।দেশখনৰ চিকিৎসালয়ত এতিয়া নাই এজনো ক'ৰোনা ৰোগী।মাত্ৰ একৈশ জন ৰোগীৰ মৃত্যুৰ পিছতেই দেশখনে সম্পূৰ্ণৰূপে নিৰ্মূল কৰিলে ক'ৰোনা।দেশখনৰ নাম নিউজিলেণ্ড। যোৱা বুধবাৰে এক সংবাদমেল যোগে এই কথা সদৰী কৰিছে নিউজিলেণ্ড…

বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাক ৰাষ্ট্ৰদ্ৰোহী কিয় ক’লে বিজেপি বিধায়কে?

বলীউডৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীৰ দাম্পত্য জীৱনক লৈ দেশে-বিদেশে প্ৰায়ে যোগাত্মক চৰ্চা। কিন্তু এইবাৰ অনুষ্কা শৰ্মাক দেশদ্ৰোহী সজাই এজন বিজেপিৰ বিধায়কে দিলে অদ্ভূত মন্তব্য। এক সংবাদমাধ্যমত প্ৰকাশিত…

ফৰিঙৰ উপদ্ৰৱত কৃষকৰ অভিনৱ পন্থা, পথাৰতে উচ্চ প্ৰাবল্যত বজালে ডাঙৰ ডাঙৰ ডি জে বক্সত গান

ফৰিঙৰ উপদ্ৰৱত উত্তৰপ্ৰদেশত হাৰাশাস্তি হৈছে বহু কৃষকৰ। ৰাজ্যখনৰ প্ৰায় ১০খন জিলাত উপদ্ৰৱ চলাইছে জাক জাক ফৰিঙে। ফৰিঙৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ কৃষকে লৈছে আজৱ পদক্ষেপ। ডাঙৰ ডাঙৰ ডি জে বক্সৰ সহায়ত গান বজাই ফৰিং খেদোওৱাৰ চেষ্টা কৰিছে…

BJPৰ অন্যতম জনপ্ৰিয় নেতা সম্বিত পাত্ৰৰ শৰীৰত ক’ৰোনাৰ উপসৰ্গ

BJPৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰক গুৰগাঁৱৰ এখন ব্যক্তিগত চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছে। ক'ৰোনাৰ লক্ষণ দেখা দিয়াৰ পাছতেই ভৰ্তি কৰোৱা হৈছে মুখপাত্ৰজনক। গুৰগাঁৱৰ মেডান্টা চিকিত্সালয়ত বৃহস্পতিবাৰে ভৰ্তি হয় বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰ।…

সাম্প্ৰদায়িক, বিদ্বেষমূলক খবৰ প্ৰচাৰ কৰা মিডিয়াৰ বিৰুদ্ধে ছুপ্ৰীম ক’ৰ্ট

ক'ৰোনা মহামাৰীয়ে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে একাংশ লোকে ইলেকট্ৰনিক, প্ৰিণ্ট আৰু ছচিয়েল মিডিয়াৰ যোগেদি সাম্প্ৰদায়িক তথা বিদ্বেষমূলক খবৰ প্ৰকাশ কৰি আহিছে। তাৰ মাজতেই বুধবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰ, প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া আৰু নিউজ…