সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

EIA ৰ খচৰাৰ ভিত্তিত চূড়ান্ত কোনো জননী দিব নোৱাৰিব কেন্দ্ৰীয় চৰকাৰে-উচ্চ ন্যায়ালয়

বিতৰ্কিত EIA ৰ খচৰাৰ সম্পৰ্কত এক শুনানি প্ৰদান কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে আজি কয় যে পৰৱৰ্তী শুনানি পৰ্যন্ত কোনো চূড়ান্ত জননী দিব নোৱাৰিব পৰিবেশ মন্ত্ৰালয়ে। EIA খচৰা সকলো আঞ্চলিক ভাষাত প্ৰকাশ কৰি ব্যাপক প্ৰচাৰ কৰা আৰু মতামত প্ৰদানৰ শেষ…

নিযুক্তিৰ অনিয়মে বিপদ মাতিছে মন্ত্ৰী ভৱেশ কলিতাৰ : ৰঙিয়াত এইবাৰ কাৰ নজৰ?

অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা ৷ বিভাগটোৱে যোৱা ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিছিল ৩ শতাধিক পদৰ বাবে নিযুক্তি পৰীক্ষা ৷ কিন্তু উক্ত নিযুক্তি পৰীক্ষাৰ আজিলৈকে ফলাফল নোলাল ৷ নোলোৱাৰ এটা মূল কাৰণেই হ’ল পৰীক্ষা অনুষ্ঠিত কৰা…

নিষিদ্ধ হোৱা চীনা কোম্পানীৰ লগত কি সম্পৰ্ক বিজেপিৰ? পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

শেহতীয়াকৈ ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰা বহো কেইটা চীনা কোম্পানীৰ লগত অৰ্থনৈতিক লেনদেনৰ সম্পৰ্ক আছিল বিজেপিৰ। ২০১৯ৰ লোক সভাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিয়ে চীনা কোম্পানীক প্ৰদান কৰিছিল ১.১৫ কোটি টকা। এই অভিযোগ আনিছে চাকেত গ'খালে নামৰ RTI…

সাম্প্ৰতিক (২): শত্ৰু কোন?

"দৰাচলতে, আজি আমি সকলোৱে এই কথা অতি স্পষ্টকৈ বুজি পাব লাগে যে বিজেপি–আৰ.এছ.এছ. হৈছে অসমবাসী ৰাইজৰ সামূহিক স্বাৰ্থৰ প্ৰতি, অসমৰ জন-জীৱনৰ প্ৰতি ভাবুকি, আৰু জাতি–মাটি–ভেটিৰ এই শত্ৰুক আমি পুলিয়ে-পোখাই উভালিবলৈ একগোট আৰু বদ্ধপৰিকৰ হোৱাৰ সময়…

দিল্লীয়ে পাৰিলে অসমে নোৱাৰিব কিয়?

দিল্লী চৰকাৰৰ কৰোনা নিয়ন্ত্ৰণৰ মডেলে সমগ্ৰ বিশ্ব জুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।যোৱা এমাহত দিল্লীত হ'ম আইচ'লেচনতে আৰোগ্য হৈছে প্ৰায় ১০ হাজাৰ কৰোনা আক্ৰান্ত। বাতৰিটো টুইট কৰি দিল্লীৰ মুখ্য মন্ত্ৰীয়ে লিখিছে- "দিল্লী মডেল"। জানিব পৰা মতে…

হস্পিতালৰ পৰা অমিত শ্বাহে কিয় ফোন কৰিলে হিমন্ত বিশ্ব শৰ্মাক?

কৰোনাত আক্ৰান্ত হৈ অমিত শ্বাহ বৰ্তমান চিকিৎসাধীন। পিছে অসুস্থতাৰ মাজতো হস্পতালৰ পৰাই অমিত শ্বাহৰ ফোন হিমন্ত বিশ্ব শৰ্মা লৈ। কিন্ত কিয়? হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনোৱা মতে যোৱা কালি অমিত শ্বাহ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা লৈ ফোন কৰি…

WHO আৰু ডোনাল্ড ট্ৰাম্পে কিয় সমালোচনা কৰিছে ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ সংখ্যাক?

ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ হাৰ বিশ্বৰ অন্যান্য দেশৰ তুলনাত বহু কম বুলি মন্তব্য দিছে বিশ্ব স্বাস্থ্য সংস্থা(World Health Organisation) ৰ মুখ্য বিজ্ঞানী সৌম্যা স্বামীনাথানে। এই পৰ্য্যন্ত ভাৰতে সৰ্বমুঠ ২.০৮ কোটি কৰোনা টেষ্ট সম্পন্ন কৰিছে।…

বাবৰি মছজিদ ধ্বংসৰ পাছত অসমত আছুৱে লৈছিল এই বিশেষ কাৰ্যসূচী

১৯৯১ চনৰ অক্টোবৰ মাহ ৷বিশ্ব হিন্দু পৰিষদ(ভি এইচ পি) ,আৰ এছ এছ আৰু আন হিন্দুত্ববাদী সংগঠনসমূহে অযোধ্যাৰ বিতৰ্কিত মছজিদৰ চাৰিওফালৰ ভূমি নিজৰ দখললৈ নিলে ৷মন্দিৰ বনোৱাৰ প্ৰস্তুতিৰে মাটি সমান কৰাৰ কামত নামি পৰিল ৷ কাম আগবাঢ়িল ৷ ১৯৯২ চনৰ জুলাই…

ৰাম মন্দিৰ প্ৰসংগত মুখ খুলিলে ৰাহুল গান্ধীয়ে

ৰাম মন্দিৰ প্ৰসংগত হঠাৎ মুখ খুলিছে ৰাহুল গান্ধীয়ে। ৰাম মন্দিৰৰ শিলান্যাসৰ ভূমিপূজন চলি থকা সময়তে টুইটাৰ যোগে ৰাহুল গান্ধীয়ে ব্যক্ত কৰিছে ৰাম মন্দিৰ সমন্ধে তেখেতৰ প্ৰথমটো ৰাজহুৱা মন্তব্য। কিছুমান সময় আগতে ৰাম মন্দিৰ সম্পৰ্কত মতা মত প্ৰকাশ…

মিছ ইণ্ডিয়াৰ ২০১৬ৰ ফাইনেলিষ্ট ঐশ্বৰ্য শ্বেৰাণৰ UPSC ত ৯৩ স্থান লাভ

প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ৯৩ স্থানত উত্তীৰ্ণ হৈছে femina মিছ ইণ্ডিয়াৰ ২০১৬ ৰ ফাইনালিষ্ট তথা কেম্পাছ প্ৰিন্সছেছ দিল্লী আৰু ফ্ৰেশফেছ দিল্লী ২০১৫ বিজেতা ঐশ্বৰ্য শ্বেৰাণ। দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লেডী শ্ৰী ৰাম কমাৰ্চ কলেজৰ পৰা স্নাতক কৰা…