সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এন আৰ চিৰ দুটা বছৰ : কি ক’লে আছুয়ে ?

এন আৰ  চি প্ৰকাশৰ দুটা বছৰ সম্পূৰ্ণ হ’ল ৷ কিন্তু আজিও এখন ত্ৰুটিমুক্ত নাগৰিকপঞ্জী অসমবাসীয়ে লাভ নকৰিলে ৷ এনে পৰিস্থিতিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাই কয় যে ত্ৰুটিপূৰ্ণ নাগৰিকপঞ্জীৰ পৰা অবৈধ বিদেশীৰ নাম মুক্ত কৰিবলৈ পুংখানুপুংখ…

৭৭ ৰ পৰা ৭২ লৈ ক’ত অৱনমিত হ’ল বিজেপি ?

৭৭ ৰ পৰা ৭৫ , ৭৫ ৰ পৰা ৭৪ , ৭৪ পৰা ৭৩ আৰু মঙলবাৰে ৭৩ ৰ পৰা ৭২ লৈ অৱনমিত হ’ল বিজেপি ৷ পশ্চিমবংগ বিজেপিৰ এজনৰ পাছত আনজন বিধায়কে দল এৰি যোগ দিছে তৃণমূল কংগ্ৰেছত ৷সোমবাৰে বিজেপি এৰি তৃণমূলত যোগদান কৰা বিধায়কগৰাকী আছিল বিষ্ণুপুৰৰ বিধায়ক বিশ্বজিৎ…

চৌদি আৰৱৰ আভা বিমানবন্দৰত ২৪ ঘন্টাত দুটাকৈ ড্ৰোন আক্ৰমণঃ ৮ জন আহত

দক্ষিণ-পশ্চিম চৌদি আৰৱৰ আভা বিমানবন্দৰত মঙলবাৰে সংঘটিত হৈছে এটা ভয়ংকৰ ড্ৰোন আক্ৰমণ। এই আক্ৰমণত ৮ জন লোক আহত হোৱাৰ লগতে এখন বিমানো ক্ষতিগ্ৰস্ত হৈছে। স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত আভা বিমানবন্দৰত এয়া আছিল দ্বিতীয়টো ড্ৰোন…

কংগ্ৰেছক অভিনন্দন জনাই কি ক’লে অখিল গগৈয়ে ?

এ আই ইউ ডি এফৰে মিত্ৰতা ত্যাগ কৰাৰ পাছত কংগ্ৰেছ দলক অভিনন্দন জনাইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ নতুন দিল্লীত সাংবাদিকৰ আগত তেও কয় যে কংগ্ৰেছ দলে এটা অতি সাহসী সিদ্ধান্ত লৈছে ৷ তাৰ বাবে এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু…

উত্তৰ প্ৰদেশত জ্বৰৰ আতংকঃ এসপ্তাহত ৪০ টা শিশুসহ ৬৮ জনৰ মৃত্যু

কৰোনাৰ দ্বিতীয় ঢৌৰ বিভীষিকা আৰু তৃতীয় ঢৌৰ আশংকাৰ মাজতে ৰহস্যজনকভাৱে পশ্চিম উত্তৰ প্ৰদেশৰ কোনো কোনো অঞ্চলত জ্বৰে আতংকৰ সৃষ্টি কৰিছে। বিগত এসপ্তাহত জ্বৰত ৬৮ জনকৈ দুৰ্ভগীয়া লোকে প্ৰাণ হেৰুৱাইছে। মৃতসকলৰ ভিতৰত আছে ৪০ টা শিশু। এই ৰহস্যজনক…

এন আৰ চিত ৩৬০ কৌটিৰ দুৰ্নীতি : প্ৰতীক হাজেলাক সুৰক্ষা দিছে কোনে ?

‘এন আৰ চিৰ দুর্নীতিৰ কথা আমি সময়ে সময়ে কৈ আহিছো যদিও আমাৰ প্রতিটো তথ্য সচা প্ৰমাণ কৰি শেহতীয়া যি অডিটৰ জেনেৰেলৰ প্ৰতিবেদন তাত ৩৬০ কৌটি টকাৰ ভয়ংকৰ বিসংগতি ধৰা পৰিছে।  কিন্ত কথা হ’ল এই সম্পৰ্কত আমি ৰুজু কৰা এটা গোচৰৰ প্ৰাথমিক তথ্য শুদ্ধ পাই…

NHPC ত পুনৰ ভয়ংকৰ অঘটন !

পুনৰ অঘটন গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত। ৫নং টানেলখহি বৰ্তমানেও তীব্ৰ গতিত ঢল বাগৰি আছে আৰু প্লাবিত হৈ পৰিছে অঞ্চলযুৰি। পানীৰ ভৰত ভূমিস্থ খলন হৈ জলবিদ্যুৎ প্ৰকল্পৰ পৰা খহি পৰিল পাহাৰৰ বৃহৎ অংশ। বৰ্তমানেও আতংকময় পৰিবেশৰ…

আমেৰিকাৰ ড্ৰোন আক্ৰমণত আফগানিস্তানত ৭ শিশু সহ একেটা পৰিয়ালৰে ১০ জন নিহত

আফগানিস্তানৰ কাবুল বিমানবন্দৰৰ সমীপত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন ISIS-খোৰাচানে সংঘটিত কৰা বোমা বিস্ফোৰণত ১৩ গৰাকী মাৰ্কিন নাগৰিকসহ প্ৰায় ১৭০ জন লোকৰ মৃত্যু হৈছিল। এই আক্ৰমণৰ প্ৰতিশোধ লবলৈ আমেৰিকাই ISIS-খোৰাচানৰ বিৰুদ্ধে ড্ৰোনেৰে অভিযান…

ভাৰতবৰ্ষৰ ২৫ খন উচ্চ ন্যায়ালয়ৰ কেইগৰাকী মহিলা ন্যায়াধীশ ?

২০১৮ চনৰ ১৫ আগষ্টত লালকিল্লাত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত কয় যে " আমাৰ বাবে গৌৰবৰ বিষয়‌ যে আমাৰ ন্যায় ব্যৱস্থাৰ সবাটোতকৈ শিখৰ অৰ্থাৎ উচ্চতম ন্যায়ালয়ত তিনি গৰাকী মহিলা অধিষ্ঠিত হৈ আছে। ভাৰতবৰ্ষৰ সকলো নাৰীয়ে গৰ্বৰে কব…

আফগানিস্তানত তালিবানৰ বিজয়ক লৈ কাশ্মীৰত তৎপৰতা কিয়?

আমেৰিকান সেনাই আফগানিস্তান এৰাৰ পিছতে এতিয়া নিজকে দেশখনৰ একছত্ৰী সম্ৰাট হিচাপে ঘোষণা কৰিছে তালিবানে। কিন্তু জম্মু-কাশ্মীৰৰ উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ লগত তালিবানৰ সম্পৰ্ক কি? আফগানিস্তানত তালিবানৰ বিজয়ক লৈ কাশ্মীৰত তৎপৰতা কিয়? কেন্দ্ৰীয়…