সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চাৰি ৰাজ্যত আকৌ শাসনলৈ বিজেপি , পঞ্জাৱত কোন ?

২০২২ চনত অনুষ্ঠিত হ’ব পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৷২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া ছেমিফাইনেল হিচাপে বিবেচিত হৈছে ৷ তাতে ৮০ খন লোকসভাৰ আসন থকা উত্তৰ প্ৰদেশৰো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ সেইবাবেই পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন…

যৌনকৰ্মীক মৃত্যুদণ্ড দিয়াৰ পৰিকল্পনা তালিবানৰ

ক্ষমতা দখৰ পাছত এইবাৰ আফগানিস্তানৰ যৌনকৰ্মীসকলৰ তালিকা প্ৰস্তুত কৰিছে তালিবানে ৷ সংবাদ সংস্থা ‘দ্য চানে’ প্ৰকাশ কৰা বাতৰি অনুসৰি তালিবানে যৌনকৰ্মীসকলক চিনাক্ত কৰি মৃত্যুদণ্ড দিয়াৰ পৰিকল্পনা প্ৰস্তুত কৰিছে ৷ যাৰ বাবে দেশখনৰ যৌনকৰ্মীসকলে হয়…

কলহীৰ মৃত্যু হয় নীৰৱে

দিমালী ৰাজবংশী পটভূমিঃ ক) গুৱাহাটী চহৰত আটাইতকৈ ভদ্ৰ, শিক্ষিত আৰু ধনী মানুহখিনি থাকে। সৰুতে গা ধোৱা, পানীখোৱা ভৰলু নদীৰ কাষেৰে এতিয়া তেওঁলোকে নাকত ৰুমাল গুজি পাৰ হয়। ভৰলুলৈ চালে ভাব হয় গুৱাহাটীত আটাইতকৈ অভদ্ৰ, অশিক্ষিত আৰু ভৱিষ্যত…

জাভেদ আখতাৰে আৰ এছ এছক কিয় তালিবানেৰে ৰিজালে ?

তালিবানসকল বৰ্বৰ আৰু তেওলোকৰ কাম কাজ যে নিন্দনীয় তাত কোনো সন্দেহ নাই ৷কিন্তু তাৰ লগত এইটোও ক’ব লাগিব যে যিসকলে আৰ এছ এছ , বিশ্ব হিন্দু পৰিষদ , বজৰংগ দল আদিক সমৰ্থন কৰে তেওলোকৰ মানসিকতাও তেনেকুৱাই ৷- এই মন্তব্য কৰিছে প্ৰখ্যাত গীতিকাৰ , কবি…

The Crosscurrent Fact Check : সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত ৰাজনাথ সিঙে মিছা মাতিছে নেকি ?

নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত দেশত এটাও ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ হোৱা নাই ৷ বৃহস্পতিবাৰে এই মন্তব্য কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ গুজৰাট বিজেপিৰ এখন কাৰ্যনিৰ্বাহক বৈঠকত অংশ লৈ ৰাজনাথ সিঙে এইবুলিও কয় যে কেন্দ্ৰীয়…

কাশ্মীৰ সমস্যাক লৈ মাত মতাৰ অধিকাৰ আমাৰ আছেঃ তালিবান

আফগানিস্তানত চৰকাৰ গঠন কৰাৰ পিছতেই এতিয়া ইউ টাৰ্ণ মাৰিছে তালিবানে। ইয়াৰ পূৰ্বে আফগানিস্তান দখল কৰোতে কাশ্মীৰ সমস্যাক লৈ তালিবানে ঘোষণা কৰিছিল যে কাশ্মীৰ ভাৰত আৰু পাকিস্তানৰ আভ্যন্তৰীণ বিষয় গতিকে তালিবানে কাশ্মীৰ সম্পৰ্কে মন্তব্য কৰাৰ পৰা…

চলন্ত ৰেলৰ ভিতৰত অন্তৰ্বাস পিন্ধি ঘূৰি ফুৰা কোন এই বিধায়ক ?

বিহাৰৰ শাসনাধিষ্ঠ জনতা দল অৰ্থাৎ জেডি(ইউ)ৰ বিধায়ক গোপাল মণ্ডলৰ ৰেলৰ ভিতৰত অন্তৰ্বাস পৰিহিত এখন ফটোয়ে সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। তেজস ৰাজধানী এক্সপ্ৰেছে এচি প্ৰথম শ্ৰেণীৰ কম্পাৰ্টমেণ্টত মণ্ডলৰ অন্তৰ্বাসত ঘূৰি ফুৰা এখন ফটো ছচিয়েল…

ড্ৰাগছ কেচ: তদন্ত সংস্থাৰ কাৰ্যালয়ত উপস্থিত হ’ল অভিনেত্ৰী ৰাকুল প্ৰীত সিং

শুকুৰবাৰে এটা ড্ৰাগছৰ গোচৰৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয় (ইডি) হায়দৰাবাদৰ আঞ্চলিক কাৰ্যালয়ত উপস্থিত হল অভিনেত্ৰী ৰাকুল প্ৰীত সিং। উল্লেখ্য যে বিগত মঙলবাৰে ড্ৰাগছৰ গোচৰৰ সন্দৰ্ভত সংস্থাটোৰ বিষয়াসকলৰ সন্মুখত হাজিৰ হ'বলৈ হায়দৰাবাদৰ ইডি…

গৃহমন্ত্ৰী অমিত শ্বাহৰ নামত ধনদাবী কৰি কোনে লুটিলে ২০০ কোটি?

তিহাৰ জেলৰ পৰা ফোনযোগে এগৰাকী মহিলাক প্ৰতাৰণা কৰি ২০০ কোটি টকাৰ সম্পত্তি দখল কৰাৰ অভিযোগ উত্থাপিত হৈছে চন্দ্ৰশেখৰ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে। অভিযোগ অনুসৰি চন্দ্ৰশেখৰ নামৰ ব্যক্তিজনে ফাৰ্মাচিউটিকেল কোম্পানীৰ স্বত্বাধিকাৰী শিবিন্দৰ সিঙৰ…

সময়ৰ বুকুত জাহ যাব নেকি কংগ্ৰেছ ? ইতিহাসে কি কয় ?

দেশজুৰি কংগ্ৰেছৰ বিপদঘন্টা বাজিছে ৷ পঞ্জাৱৰ পৰা ছট্টিছগড়লৈ , পশ্চিমবংগৰ পৰা অসমলৈ –সকলোতে কংগ্ৰেছ দল খণ্ড বিখণ্ড হৈ পৰিছে ৷ সমুখত দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ নিৰ্বাচন ৷ কিন্তু এই পৰ্যন্ত ৰাহুল গান্ধীকে ধৰি দলৰ শীৰ্ষ নেতৃত্বই ভৰি থোৱা…