সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজি হিন্দী দিৱস। কিন্তু ভাৰতৰ চৰকাৰী ভাষা হিন্দী কেনেকৈ হ’ল?

আজি হিন্দী দিৱস। ১৯৪৯ চনৰ আজিৰ দিনটোতেই হিন্দীক ভাৰতৰ চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছিল। দৰাচলতে যেতিয়া ১৯৪৭ চনত ভাৰত স্বাধীন হৈছিল তেতিয়া স্বাধীন ভাৰত বহু গুৰুতৰ সমস্যাৰ মুখামুখি হৈছিল। স্বাধীনতাৰ পিছত ভাৰতৰ দৰে নানা জাতি নানা ধৰ্মৰ নাগৰিক…

প্ৰবীণ কংগ্ৰেছী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজৰ বিয়োগ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যসভাৰ সদস্য অস্কাৰ ফাৰ্ণাণ্ডেজৰ মঙলবাৰে মাংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। ফাৰ্ণাণ্ডেজ ইউপিএ চৰকাৰৰ কেন্দ্ৰীয় পথ - পৰিবহন , শ্ৰম আৰু নিযুক্তি দপ্তৰৰ …

গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ভূপেন্দ্ৰ পেটেলে

তদানীন্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানিৰ পদত্যাগৰ পিছত আজি গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে গান্ধীনগৰৰ ৰাজভৱনত শপত গ্ৰহণ কৰিলে ভূপিন্দৰ পেটেলে। গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পাঁচখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতত আজি আনুষ্ঠানিক ভাৱে দায়িত্ব গ্ৰহণ…

অসম পৰ্যটনক ন ৰূপ দিয়াৰ উদ্দেশ্যৰে কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত বিশেষ সন্মিলন

উত্তৰ-পূৰ্বৰ পৰ্যটন ক্ষেত্ৰক আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে সোমবাৰৰ পৰা গুৱাহাটী মহানগৰীৰ হোটেল 'ৰেডিচন ব্লুত' দুদিনীয় কাৰ্যসূচীৰে আয়োজন কৰা হয় এখন বিশেষ সন্মিলনৰ৷ উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰে প্ৰতিনিধিসকল উপস্থিত থকা বিশেষ সন্মিলন খনত কেন্দ্ৰীয়…

অৱশেষত গ্ৰেপ্তাৰ হ’ল অভিশপ্ত ‘মা কমলা’ৰ স্বতাধিকাৰী পানী ৰাম কলিতা

যোৱা ৮ ছেপ্টেম্বৰত যোৰহাটৰ নিমাতী ঘাটত সংঘটিত হোৱা মৰ্মান্তিক নাওঁ দুৰ্ঘটনাৰ পাছতেই তৎপৰ হৈ পৰা দেখা গৈছিল প্ৰশাসনক। অৱশেষত আজি গ্ৰেপ্তাৰ কৰা হ'ল নিমাতিঘাটত দুৰ্ঘটনাত পতিত হোৱা অভিশপ্ত 'মা কমলা' নামৰ নাওঁখনৰ স্বতাধিকাৰী পানী ৰাম কলিতাক।…

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ দাবী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ

মাজুলী-যোৰহাট সংযোগী দলং সম্পৰ্কে সত্ৰাধিকাৰ সকলৰ স্থিতিক লৈ ৰাজ্যত বিতৰ্ক অব্যাহত থকাৰ মাজতে অতিশীঘ্ৰে মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিছে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ গৰাকীয়ে। সত্ৰাধিকাৰ গৰাকীয়ে ফেৰীৰ কৰ্মচাৰী সকলে…

ৰঙীন কাপোৰ আৰু উন্মুক্ত মুখঃ তালিবানৰ বোৰ্খা নীতিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ আফগানী মহিলাৰ

তালিবানৰ বোৰ্খা আইনৰ বিৰুদ্ধে এতিয়া সৰৱ হৈছে আফগানী মহিলা। তালিবানে বলপূৰ্বক ভাৱে মহিলাসকলক বোৰ্খা পিন্ধাবলৈ চেষ্টা কৰা কাৰ্যৰ প্ৰতিবাদ কৰি আফগানী মহিলা সকলে কয় যে শৰীৰ ঢাকিবলৈ বোৰ্খা নালাগে, সাধাৰণ পৰম্পৰাগত কাপোৰেই যথেষ্ট। উল্লেখযোগ্য যে…

প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে কি বিশেষ আয়োজন ৰাজ্যিক বিজেপিৰ?

অহা ১৭ ছেপ্টেম্বৰ শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে ৰাজ্যিক বিজেপিৰ বিশাল আয়োজন। ৭১টা জলাশয় পৰিষ্কাৰ কৰাৰ পৰিকল্পনা ৰাজ্যিক বিজেপিৰ কমকৰ্তাৰ। ১৫ হাজাৰ বুথৰ ১৫ হাজাৰ নামঘৰ অথবা মন্দিৰত শৰাই আগবঢ়াব…

ইন্টেলিজেন্সৰ বিস্ফোৰক তথ্যঃ ক’ভিড কালত জেহাদীয়ে শিপাইছে অসম

ফাইনেন্সিয়েল একশ্যন টাস্ক ফৰ্ড (FATF)ৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি কোভিড-১৯ৰ সময়চোৱাতো সংস্থা-সংগঠনৰসমূহৰ মাজত বৃহত পৰিমাণৰ ধনৰ লেন-দেন হৈছিল। ভাৰতবৰ্ষৰ প্ৰধান অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষত বহু ভুৱা…

মহিলাই হিজাব পিন্ধি শিক্ষাগ্ৰহণ কৰিব পাৰিব, পুৰুষ শিক্ষকে পৰ্দাৰ পিছফালৰ পৰা শিকাব পাৰিবঃ তালিবান

আফগানিস্তানৰ শাসনভাৰ দখল কৰাৰ পিছৰে পৰা তালিবানৰ আচহুৱা আচৰণে এতিয়া আচম্বিত কৰিছে সকলোকে। তালিবানে ঘোষণা কৰিছে যে আফগান বিশ্ববিদ্যালয়সমূহ লিংগৰ ভিত্তিত পৃথকীকৰণ কৰা হ'ব। লগতে এই প্ৰতিষ্ঠানবোৰত নতুন ইছলামিক পোছাক সংহিতা প্ৰৱৰ্তন কৰা হ'ব।…