টি-২০ বিশ্বকাপৰ পিছত ভাৰতীয় দলৰ প্ৰশিক্ষক হ’ব নেকি কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনী?
প্ৰায় ২টা বছৰৰ বিৰতিৰ অন্তত ফিল্ডত নামিবলৈ সাজু হৈছে বিশ্বৰ শ্ৰেষ্ঠ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনী। আগন্তুক টি-২০ বিশ্বকাপ ভাৰতীয় ডাগআউটত দেখা যাব মহেন্দ্ৰ সিং ধোনীক। অৱশ্যে এইবাৰ খেলুৱৈ হিচাপে নহয় দলৰ মেন্টৰ অৰ্থাৎ পৰামৰ্শদাতা হিচাপেহে…