Investigative reporting with dedication.

এজন ভিক্ষাৰিৰ মাহিলী আয় কিমান ? দেশৰ এজন বিশেষ ভিক্ষাৰিৰ মাহিলী আয় শুনিলে চকু কপালত উঠিব আপোনাৰ। একোজন চৰকাৰী কৰ্মচাৰীতকৈ বহু বেছি ব্যয়বহুল জীৱন কটাই এইজন ভিক্ষাৰিয়ে। এওঁৰ নাম ভৰত জৈন। তেওঁ মূলতঃ মুম্বাইৰ প্যাৰেল এলেকাত ভিক্ষা খোজে। ভৰতৰ মাহিলী উপাৰ্জন ৭৫ হাজাৰৰো অধিক। কেৱল ইমানেই নহয় ভৰত দুটি বিশাল এপাৰ্টমেণ্টৰো গৰাকী। একোটা এপাৰ্টমেণ্টৰ মূল্য প্ৰায় ৭০ লাখ টকা। ভিক্ষা কৰাৰ উপৰিও ভৰতৰ আছে এখন নিজা দোকান ইয়াৰ পৰা ভৰতে মাহিলী প্ৰায় ১০ হাজাৰ টকা উপাৰ্জন কৰে।




