আজিৰে পৰা উৎকত গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়েঃ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ

Share This Article

উৎকত গৰমে দহিচে ৰাজ্য। যোৱা এসপ্তাহ ধৰি প্ৰখৰ ৰদে জ্বলা কলা খুৱাইছে ৰজ্যবাসীক। কিন্তু আজিৰে পৰা গৰমৰ পৰা কিছু সকাহ পাব অসমকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহৰ জনসাধাৰণে। অসমত আজি বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে আজিৰ পৰা ৰাজ্যৰ গড় তাপমাত্ৰা ১৫ ডিগ্ৰীলৈ অবনমিত হব । অহকালি অৰ্থাৎ বুধবাৰৰ পৰা ৰাজ্যৰ বায়ুমণ্ডলত মৃদু বতাহ বলি থাকিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.