সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কম্পাৰ্টমেন্টেল পৰীক্ষা সন্দৰ্ভত কি বিশেষ নিৰ্দেশনা জাৰি কৰিছে ছেবাই?

⚫ কম্পাৰ্টমেন্টেল পৰীক্ষা সন্দৰ্ভত ছেবা কৰ্তৃপক্ষৰ নতুন নিৰ্দেশনা - ⚫ যোগ্য প্ৰাৰ্থীৰহে আবেদন গ্ৰহণ কৰিবলৈ নিৰ্দেশ স্কুল পৰিদৰ্শকক। ⚫ ৩ টা বিষয়ৰ পৰীক্ষাত অবতীৰ্ণ হব পাৰিব প্ৰাৰ্থীসকল। ⚫ দুটাকৈ শাখাত বিভক্ত হব যোগ্য প্ৰাৰ্থী সকল।…

কিয় দেশৰ কৰ্মক্ষেত্ৰত নিম্নগামী হৈছে নাৰীৰ স্থান? সৱিশেষ জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন –

ভাৰতীয় সমাজত মধ্যযুগৰ পৰাই মহিলাই পুৰুষৰ সমানে সন্মানজনক স্থান লাভ কৰি আহিছে। দেশত নাৰীৰ বিৰুদ্ধে যথেষ্ট উচ্চ হাৰত অপৰাধ সংঘটিত হয় যদিও নাৰীৰ স্থান এতিয়াও কোনো ক্ষেত্ৰতে নিম্নগামী হোৱা নাই। ইয়াৰ মাজতে এটা বিশেষ সমীক্ষাই প্ৰকাশ কৰিছে কিছু…

বড়োভূমিত নৱ-গঠিত সশস্ত্ৰ সংগঠন United Liberation of Bodolandৰ সকলো সদস্যৰ আত্মসমৰ্পণঃ জিপি সিঙৰ…

অৱশেষত আত্মসমৰ্পণ কৰিলে বড়োভূমিৰ নৱ-গঠিত সশস্ত্ৰ সংগঠন United Liberation of Bodolandৰ সকলো সদস্যই। এক বিশেষ টুইটযোগে ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে সদৰী কৰিছে এই কথা। জিপি সিঙে লিখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

আজি গুৱাহাটীৰ বাহিৰত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ প্ৰথমখন বৈঠক

আজি অনুষ্ঠিত হব গুৱাহাটীৰ বাহিৰত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ প্ৰথমখন বৈঠক। ধেমাজিত অনুষ্ঠিত হ'বলগীয়া বৈঠকৰ বাবে বুধবাৰেই ধেমাজিত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সহ আন মন্ত্ৰী সকল। উপায়ুক্তৰ কাৰ্যালয়ত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হব এই বৈঠক।…

Bank Holiday : ৰাজ্যত অক্টোবৰ মাহত ১৩ দিন বন্ধ থাকিব বেংক

অক্টোবৰ মাহত বেংকত কিবা জৰুৰী কাম কৰিম বুলি ভাৱিছে নেকি? যদি ভাৱিছে তেন্তে সোনকালেই সমাধা কৰক। কাৰণ দেশত অক্টোবৰ মাহত ২১ দিন বন্ধ থাকিব বেংক। অৱশ্যে ৰাজ্য অনুযায়ী বেংকৰ বন্ধৰ সূচী বেলেগে বেলেগ। আগন্তুক অক্টোবৰ মাহত অসমত ১৩ দিন বন্ধ থাকিব…

বিশ্ব হৃদ দিৱস উপলক্ষে ‘হেলথ চিটি হাস্পতালত’ বিশেষ সজাগতা সভা

হেলথ চিটি হাস্পতাল, গুৱাহটী,২৯ ছেপ্টম্বৰত ২০২১: বিশ্বৰ প্ৰতি একলাখ লোকৰ ভিতৰত ২৩৫ জনৰে মৃত্যু হয় হৃদৰোগত। আনহাতে ভাৰতত প্ৰতিলাখত মৃত্যু হয় ২৭২ জনৰ। ভাৰতৰ দৰে প্ৰতি তৃতীয় বিশ্ব দেশত হৃদৰোগৰ প্ৰাদুৰ্ভাৱ কল্পাতীতভাবে বৃদ্ধি পাইছে। ইয়াৰ মূল…

সুখবৰঃ তিনিটাকৈ চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত হৈছে অসমীয়া চুটি ছবি “নীলা জোতা”

প্ৰায় ২টা বছৰ ধৰি ৰাজ্যৰ চিনেমাহল কিম্বা প্ৰেক্ষাগৃহ বন্ধ হৈ থকাৰ পিছত চৰম হতাশগ্ৰস্ততাই চানি ধৰিছিল শিল্পী সমাজক। কিন্তু ইয়াৰ মাজতে আহিছে এটা ভাল খবৰ। জনপ্ৰিয় পৰিচালক ৰোণাল্ড হুছেইনৰ পৰিচালিত চুটি ছবি নীলা জোতা তিনিটাকৈ চলচ্চিত্ৰ মহোৎসৱৰ…

হিন্দুস্তান কাগজ কল নিগমৰ কৰ্মচাৰীৰ বাবে দুমাহৰ ভিতৰত মুকলি হ’ব ৫৭০ কোটি টকা

অৱশেষত হিন্দুস্থান কাগজ কলৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ। দীর্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই অৱশেষত কাগজ কলৰ কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ সাহাৰ্য্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৰাজ্য চৰকাৰে। নিশা ২ বজাত এক বিশেষ চুক্তি সম্পন্ন হোৱা বুলি…

ৰাজধানী দিল্লীত নিষিদ্ধ হব আতচবাজীঃ কিন্তু কিয়?

দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে (ডিপিচিচি) মঙলবাৰে ১ জানুৱাৰী-২০২২ ৰ ভিতৰত দেশৰ ৰাজধানী চহৰখনত আতচবাজী বিক্ৰী আৰু জ্বলোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰাৰ নিৰ্দেশ দিছিল। সেই নিৰ্দেশ অনুসৰি বহু বিশেষজ্ঞই ইংগিত দিছে যে বহু সংখ্যক লোকে…

পদত্যাগৰ পিছত হাইকামাণ্ড আৰু সতীৰ্থৰ বিৰুদ্ধে ক্ষোভ উজাৰি কি ক’লে নৱজ্যোত সিং সিদ্ধুয়ে?

পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ নেতা নৱজ্যোত সিং সিদ্ধুয়ে। পদত্যাগৰ পিছত এটা ভিডিঅ' টুইট কৰি সিদ্ধুয়ে কয় - মই শেষলৈকে সত্য আৰু অধিকাৰৰ বাবে যুঁজ অব্যাহত ৰাখিম। ভিডিঅটোত সিদ্ধুয়ে লগতে কয় যে-মৰমৰ…