সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লখিমপুৰৰ খেৰীলৈ ৰাহুল গান্ধী নেতৃত্বাধীন কংগ্ৰেছৰ উচ্চস্তৰীয় প্ৰতিনিধি দল

মাৰ যোৱা নাই লখিমপুৰৰ কাণ্ডৰ বিভীষিকা। আজি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী, মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু চৰণজিৎ সিং চান্নীয়ে হিংসাত নিহত সকলৰ পৰিয়ালবৰ্গৰ সৈতে মিলিত হবলৈ লক্ষ্ণৌ বিমানবন্দৰৰ পৰা লখিমপুৰ খেৰীলৈ ৰাওনা হয়। উল্লেখ যে প্ৰতিনিধি…

প্ৰকাশ পালে উপ-নিৰ্বাচনত AIUDF ৰ প্ৰাৰ্থীত্ব তালিকা

◆ উপ-নিৰ্বাচনত দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব AIUDFয়ে ◆ ভৱানীপুৰ আৰু গোসাঁইগাঁৱত সমষ্টিত প্ৰাৰ্থীত্ব দিব AIUDFয়ে ◆ভৱানীপুৰত AIUDF ৰ প্ৰাৰ্থী জুব্বাৰ আলি ◆ গোসাঁইগাঁৱত AIUDF ৰ প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰ

কিং কোব্ৰাৰ সৈতে খেলা কৰি প্ৰাণ হেৰুৱালে ৬০ বছৰীয়া বৃদ্ধই

◆ ধলাই সমষ্টিৰ বিষ্ণুপুৰত সংঘটিত হৈছে এক শিহৰণকাৰি ঘটনা ◆ ধাননিৰ মাজৰ পৰা এডাল সাপ ধৰি আনি গাঁৱৰ লোকসকলক খেল দেখুৱাই থকা সময়তে দংশন কৰে এজন লোকক ◆মৃত ব্যক্তিজনৰ নাম ৰঘুনন্দন ভূমিজ ◆ প্ৰাপ্ত তথ্য অনুসৰি কিং কোব্ৰা ডিঙিত মেৰিয়াই শিৱৰ…

Just in: পুনৰ গ্ৰেপ্তাৰ হ’ল ৰাজকন্যা বৰুৱা

◆ পুনৰ গ্ৰেপ্তাৰ হল ৰাজপথত সন্ত্ৰাস চলোৱা মডেল ৰাজকন্যা বৰুৱা ◆ গুৱাহাটী GNRC ৰ পৰা গ্ৰেপ্তাৰ ৰাজকন্যাক ◆ অসুস্থতাৰ অজুহাতত GNRCত আছিল ৰাজকন্যা বৰুৱা ◆ মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনত ধৰা নপৰিল ৰাজকন্যাৰ অসুস্থতা

পুনৰ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

◆ পুনৰ বৃদ্ধি পালে ঘৰুৱা ব্যৱহাৰযোগ্য চিলিণ্ডাৰৰ মূল্য ◆প্ৰতিটো চিলিণ্ডাৰৰ দাম ১৫ টকাকৈ বৃদ্ধি ◆ আজিৰ পৰা প্ৰযোজ্য হৈছে এই নতুন মূল্য ◆ উল্লেখ যে বিগত ছেপ্টেম্বৰ মাহত ২৫ টকাকৈ বৃদ্ধি কৰা হৈছিল মূল্য ◆ অসমৰ কিছু কিছু প্ৰান্তত…

মুণ্ডন কৰি, যজ্ঞ পাতি বিজেপি ত্যাগ কৰিলে এজন বিধায়কে

নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰা বিজেপিত মোক্ষম আঘাত। গভীৰ অনুশোচনাত দল ত্যাগ কৰে বিজেপিৰ এজন বিধায়কে আৰু লগতে তেওঁ ৰাজহুৱা ভাৱে মুণ্ডন কৰি যজ্ঞ পাতি বিজেপিলৈ যোৱাৰ প্ৰায়শ্চিত্তও কৰে। মুণ্ডন কৰাৰ পাছত আশিস দাসে কয়-বিজেপিলৈ যোৱাটোৱেই আছিল মোৰ…

দূৰদৰ্শনৰ ৰামায়ণ ধাৰাবাহিকৰ ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা অৰবিন্দ ত্ৰিবেদী আৰু নাই

১৯৮৭ চনত দূৰদৰ্শনত সম্প্ৰচাৰিত ৰামানন্দ সাগৰৰ আটাইতকৈ জনপ্ৰিয় পৌৰাণিক ধাৰাবাহিক ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ মঙলবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত ত্ৰিবেদীৰ বয়স আছিল ৮২ বছৰ। দীৰ্ঘদিন ধৰি…

আজি পৱিত্ৰ মহালয়া, ধৰালৈ নামিল মা দুৰ্গা

আজি মহালয়া। মৰ্ত্যলৈ নামিল দুৰ্গতি নাশিনী মা দুৰ্গা। ৰাজ্যৰ ভিন্ন প্ৰান্তত পুৱাৰ ভাগতে দেখা গ'ল ব্যাপক উচ্ছাহ উদ্বিপনা। এইবাৰ দেৱী দুৰ্গা ঘোঁৰাত আগমন হ'ল আৰু গমন কৰিব দোলাত। যিহেতু যোৱা বৰ্ষত ক'ভিডৰ বাবে ম্লান পৰিছিল দুৰ্গা পূজা আৰু এইবাৰ…

দুৰাৰোগ্য ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী ৰিমি বৰ্মনঃ আপোনাৰ কিঞ্চিৎ সহায়ে হাঁহি বিৰিঙাব পাৰে এটা…

ধুবুৰী জৱাহৰ নৱোদয় বিদ্যালয় তথা গুৱাহাটী কে চি দাস কমাৰ্চ কলেজৰ প্ৰাক্তন ছাত্ৰী ৰিমি বৰ্মন এতিয়া অসুস্থ। Business Analytics and finance from Lloyds institute of management and technology-Delhiৰ অধ্যয়নৰত ৰিমি বৰ্মনৰ চিকিৎসাৰ বাবে প্ৰয়োজন…

প্ৰলয়ংকাৰী বানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা মোজাম্মেল হুছেইনলৈ অসম জ্ঞানৰত্ন বঁটা

বানৰ মাজত পতাকা উত্তোলন কৰা মোজাম্মেল হুছেইনক মনত আছেনে? প্ৰলয়ংকাৰী বানৰ মাজত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিল মোজাম্মেল হুছেইন। ২০১৭ চনত মাৰ্কাজ একাডেমীত বানৰ মাজত পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপন…