প্ৰলয়ংকাৰী বানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা মোজাম্মেল হুছেইনলৈ অসম জ্ঞানৰত্ন বঁটা

Share This Article

বানৰ মাজত পতাকা উত্তোলন কৰা মোজাম্মেল হুছেইনক মনত আছেনে? প্ৰলয়ংকাৰী বানৰ মাজত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিল মোজাম্মেল হুছেইন। ২০১৭ চনত মাৰ্কাজ একাডেমীত বানৰ মাজত পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপন কৰিছিল মোজাম্মেল হুছেইনে আৰু সেইজন মোজাম্মেল হুছেইনেই লাভ কৰিছে ২০২১ চনৰ অসম জ্ঞানৰত্ন বঁটা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.