সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুনৰ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

◆ পুনৰ বৃদ্ধি পালে ঘৰুৱা ব্যৱহাৰযোগ্য চিলিণ্ডাৰৰ মূল্য

◆প্ৰতিটো চিলিণ্ডাৰৰ দাম ১৫ টকাকৈ বৃদ্ধি

◆ আজিৰ পৰা প্ৰযোজ্য হৈছে এই নতুন মূল্য

◆ উল্লেখ যে বিগত ছেপ্টেম্বৰ মাহত ২৫ টকাকৈ বৃদ্ধি কৰা হৈছিল মূল্য

◆ অসমৰ কিছু কিছু প্ৰান্তত এহেজাৰ টকা পৰ্যন্ত হৈছেগৈ চিলিণ্ডাৰৰ মূল্য

Leave A Reply

Your email address will not be published.