কিং কোব্ৰাৰ সৈতে খেলা কৰি প্ৰাণ হেৰুৱালে ৬০ বছৰীয়া বৃদ্ধই

Share This Article

◆ ধলাই সমষ্টিৰ বিষ্ণুপুৰত সংঘটিত হৈছে এক শিহৰণকাৰি ঘটনা

◆ ধাননিৰ মাজৰ পৰা এডাল সাপ ধৰি আনি গাঁৱৰ লোকসকলক খেল দেখুৱাই থকা সময়তে দংশন কৰে এজন লোকক

◆মৃত ব্যক্তিজনৰ নাম ৰঘুনন্দন ভূমিজ

◆ প্ৰাপ্ত তথ্য অনুসৰি কিং কোব্ৰা ডিঙিত মেৰিয়াই শিৱৰ ভাও দিয়াৰ চেষ্টা কৰিছিল ব্যক্তিজনে

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.