সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আল-কায়দা আৰু ISI-এ আক্ৰমণ কৰিব পাৰে অসমঃ কিন্তু কিয়?

পাকিস্তানৰ গুপ্তচৰ সংস্থা ইণ্টাৰ চাৰ্ভিচেছ ইণ্টেলিজেঞ্চে (ISI) অসম আৰু দেশৰ অন্যান্য ঠাইত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰি থকাৰ গোপন তথ্য লাভ কৰাৰ পিছতে দেওবাৰে অসম আৰক্ষীয়ে ৰাজ্যজুৰি সতৰ্কবাণী জাৰি কৰিছে। অসম আৰক্ষীৰ মুখ্য…

সংযুক্ত আৰৱ আমিৰশ্বাহীত আৰম্ভ হ’ল টি-২০ বিশ্বকাপৰ মহাৰণ

🔴 সংযুক্ত আৰৱ আমিৰশ্বাহীত চলি আছে টি-২০ বিশ্বকাপৰ মহাৰণ 🔴 উদ্বোধনী মেচত পাপুৱা নিউগিনিক ১০ উইকেটৰ ব্যৱধানত পৰাস্ত কৰে ওমানে 🔴 দ্বিতীয় মেচতেই ঘটিল অঘটন! বাংলাদেশক হৰুৱাই চমক দেখুৱালে ক্ৰিকেটৰ শিশু স্কটলেণ্ডে 🔴 ২৪ অক্টোবৰত চিৰবৈৰী…

জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ কি ক’লে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে?

স্বাধীনতাৰ ৭৪ বছৰৰ পিছতো শান্ত হোৱা নাই পৃথিৱীৰ ভূস্বৰ্গ কাশ্মীৰ। কাশ্মীৰত ধাৰাবাহিকভাৱে অনা-কাশ্মীৰী লোক সকলক লক্ষ্য কৰি থকা হৈছে। এই আক্ৰমণবোৰৰ বাবে মানুহৰ মাজত ক্ষোভ বাঢ়ি আহিছে। ইফালে মেঘালয়ৰ বৰ্তমানৰ ৰাজ্যপাল সত্যপাল মালিকে কাশ্মীৰত…

কিয় গ্ৰেপ্তাৰ হ’ল প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং?

এটা সময়ত বিশ্বকাপৰ খেলত এটা অভাৰত ছয়টা ছিক্স কোবাই বলাৰক ধৰাশায়ী কৰা ভাৰতৰ দুৰ্দান্ত অলৰাউাণ্ডাৰ যুৱৰাজ সিঙক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অনুসূচিত জাতিৰ বিৰুদ্ধে অপমান সূচক মন্তব্য কৰাৰ অভিযোগত দাখিল কৰা এক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন…

শীঘ্ৰেই অবড়ো সংগঠনৰে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিব ৰাজ্য চৰকাৰ আৰু BTR পৰিষদে

◆ বড়োসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত বড়ো সংগঠনৰ সৈতে একাধিক চুক্তি সম্পাদন কৰাৰ পিছত এতিয়া BTRৰ অবড়ো সংগঠনৰে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ আৰু BTR পৰিষদ ◆ এই কথা প্ৰকাশ কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে ◆…

আজি কাতি বিহুৰ উৰুকাঃ মাজুলীৰ আউনীআটি সত্ৰত ৩৬৮ বছৰীয়া পৰম্পৰাৰে প্ৰজ্বলিত হ’ব ২১ গছি আকাশ…

◆ আজি কাতি বিহুৰ উৰুকা ◆ বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী ◆ অহাকালি মাহৰ সংক্ৰান্তিৰ দিনা ৰাজ্যজুৰি পালন কৰা হ'ব কাতি বিহু ◆ বিহুৰ বাবে সাজু হৈ উঠিছে মাজুলীৰ সত্ৰ সমাজ ◆ আজি মাজুলীৰ ঐতিহাসিক আউনীআটি সত্ৰত ৩৬৮ বছৰীয়া পৰম্পৰাৰে…

১৯৭৯ চনৰ আজিৰ দিনটোতেই নোবেল বঁটাৰে সন্মানিত হৈছিল মাডাৰ টেৰেছাঃ কিন্তু কিহৰ বাবে?

ভাৰতবৰ্ষত মাডাৰ টেৰেছাৰ নাম আৰু কামৰ কথা নুশুনা মানুহ হয়তো খুব কমেই ওলাব। দেশৰ নিষ্পেষিত, শোষিত আৰু বঞ্চিত ভোকাতুৰ দৰিদ্ৰ জনতাৰ বাবে টেৰেছা আছিল ঈশ্বৰৰ ৰূপ। মাডাৰ টেৰেছাৰ প্ৰকৃত নাম হৈছে এঞ্জেজ গনক্সে বোজাক্সিউ। The Norwegian Nobel…

কেৰেলাত বানৰ ভয়ংকৰ ৰূপঃ নিহত ৯ – সন্ধানহীন ১২

কেৰেলাত বিগত কিছুদিন ধৰি আহি থকা মূষলধাৰ বৰষুণৰ ফলস্বৰূপে সৃষ্টি হোৱা বানে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে। এতিয়ালৈ ৯ জনকৈ লোকৰ মৃত্যুৰ খবৰ আহিছে। বৰ্তমানো সন্ধানহীন হৈ আছে ১২ জন লোক। উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে কেৰেলা প্ৰশাসনে তথা NDRF আৰু…

সমাগত উপ নিৰ্বাচনঃ ৰাজ্যৰ ৫ সমষ্টিত ভোট যুদ্ধত অৱতীৰ্ণ হ’ব ৩১ গৰাকী প্ৰাৰ্থী

◆ ৰাজ্যত সমাগত বিধানসভা উপ নিৰ্বাচন ◆ অহা ৩০ অক্টোবৰত ৰাজ্যৰ ৫টা সমষ্টিত অনুষ্ঠিত হ'ব এই উপ নিৰ্বাচন ◆ গোসাইগাঁও, তামুলপুৰ, মৰিয়নী, থাওৰা আৰু ভৱানীপুৰ এই পাঁচটা সমষ্টিত নিৰ্বাচনী ভোট যুদ্ধত অৱতীৰ্ণ হ'ব সৰ্বমুঠ ৩১ গৰাকী প্ৰাৰ্থী ◆…

ভাৰতীয় ক্রিকেট দলৰ মুখ্য প্রশিক্ষকৰ দায়িত্ব ল’ব দ্য ৱাল খ্যাত ৰাহুল দ্রাবিড়ে

🔴 ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব ল'ব ভাৰতৰ একালৰ তাৰকা বেটচমেন তথা অধিনায়ক দ্য ৱাল খ্যাত ৰাহুল দ্ৰাবিড়ে 🔴নৱেম্বৰৰ পৰা দুবছৰৰ বাবে ল'ব দায়িত্ব 🔴 প্ৰথমে ২০২৩ চনলৈকে চুক্তি কৰিব দ্ৰাবিড়ে 🔴আই পি এল ২০২১ ৰ ফাইনেলৰ…