আজি কাতি বিহুৰ উৰুকাঃ মাজুলীৰ আউনীআটি সত্ৰত ৩৬৮ বছৰীয়া পৰম্পৰাৰে প্ৰজ্বলিত হ’ব ২১ গছি আকাশ বন্তি

Share This Article

◆ আজি কাতি বিহুৰ উৰুকা

◆ বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী

◆ অহাকালি মাহৰ সংক্ৰান্তিৰ দিনা ৰাজ্যজুৰি পালন কৰা হ’ব কাতি বিহু

◆ বিহুৰ বাবে সাজু হৈ উঠিছে মাজুলীৰ সত্ৰ সমাজ

◆ আজি মাজুলীৰ ঐতিহাসিক আউনীআটি সত্ৰত ৩৬৮ বছৰীয়া পৰম্পৰাৰে প্ৰজ্বলিত হ’ব ২১ গছি আকাশ বন্তি

◆ পৰম্পৰা ৰক্ষাৰ বাবে বদ্ধপৰিকৰ মাজুলীবাসীৰ মনত কাতি বিহুক কেন্দ্ৰ কৰি বৃদ্ধি হৈছে উৎসাহ-উদ্দীপনা

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.