সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অখিলেশ যাদৱক সপোনত কি ক’লে শ্ৰী কৃষ্ণই ?

২০২২ চনৰ বিধানসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰিব সমাজবাদী পাৰ্টিয়ে। এই দাবী কৰিছে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে। সোমবাৰে বিজেপি বিধায়ক মাধুৰী বৰ্মাই সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছতেই এই দাবী কৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন…

শনিবাৰ আৰু দেওবাৰে নৈশ কাৰফিউ দিল্লীত

দিল্লীত শনিবাৰ আৰু দেওবাৰে নিশাৰ কাৰফিউ। এইকথা ঘোষণা কৰিছে দিল্লী চৰকাৰে। দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই আজি নতুন নিষেধাজ্ঞাৰ ওপৰত এখন চৰকাৰী বৈঠক অনুষ্ঠিত কৰে। তাৰ পিছতে কয় যে, দিল্লীত অত্যাধিক হাৰত কভিড` ৰোগীৰ সংখ্যা বৃদ্ধি…

বৃদ্ধি পাইছে ভাৰতত কভি`ড ৰোগীৰ সংখ্যা

প্ৰতিদিনেই বদ্ধিত হাৰত বৃদ্ধি পাইছে ভাৰতৰ বিভিন্ন ৰাজ্যত কভি`ড ৰোগীৰ সংখ্যা। পাঞ্জাৱত অত্যাধিক হাৰত কভি`ড ৰোগী সংখ্যা বৃদ্ধি হোৱাৰ বাবে পাঞ্জাৱ চৰকাৰে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজ্যখনত নিশাৰ কাৰফিউ জাৰি কৰিছে।  লগতে ঘোষণা কৰিছে সকলো…

RBS PAPERS : ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত দিল্লীত প্ৰতিবাদ কৰিব কংগ্ৰেছে দ্য ক্ৰছকাৰেন্ট আৰু দ্য…

RBS PAPERS : ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত দিল্লীত প্ৰতিবাদ কৰিব কংগ্ৰেছে দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ফাদিল হোৱা মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনীৰ ভূমি কেলেংকাৰিক লৈ এতিয়াও উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি ৷ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ…

যোগীৰ ৰাজ্যত কিমান সুৰক্ষিত মহিলা ?

2020 বৰ্ষৰ তুলনাত 2021 বৰ্ষত বৃদ্ধি পালে মহিলাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ। ২০২১ চনত ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ অভিযোগ লাভ কৰিছে প্ৰায় 31,000 টা।যি সংখ্যা 2014 চনৰ পিছত সৰ্বাধিক।আৰু ইয়াৰে আধাতকৈও অধিক গোচৰ উত্তৰ…

অৰুণাচলৰ ১৫ স্থানৰ নতুন নাম কি ৰাখিলে চীনে ?

বিগত ৩০ ডিচেম্বৰত চীনৰ বিদেশ মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশৰ ১৫ টা স্থানৰ নাম সলনি কৰি এখন জাননী জাৰি কৰিছে ৷ লগতে এই ঠাইসমূহৰ নিজাববীয়া নামাকৰণো কৰিছে ৷ এতিয়াৰে পৰা চীনে নিজৰ মানচিত্ৰ আৰু দস্তাবেজত অৰুণাচল প্ৰদেশৰ এই ঠাইবোৰৰ নিজাববীয়া নামহে…

ইতিহাসবিদ ৰামচন্দ্ৰ গুহৰ বাবে ২০২২ চনটো কিয় গুৰুত্বপূৰ্ণ ?

ভাৰতৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত ২০২২ চনৰ অপৰিসীম গুৰুত্ব আছে ৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ২০২২ চন ছেমিফাইনেলৰ বছৰ হিচাপে বিবেচিত হৈছে ৷ একেদৰে সমাজিক প্ৰেক্ষাপটতো এই বছৰটোৰ গুৰুত্ব অনেক ৷ এই সন্দৰ্ভত বিশিষ্ট ইতিহাসবিদ ৰামচন্দ্ৰ…

সমগ্ৰ দেশৰ চহৰসমূহত সোমবাৰৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে কোভিড টিকাকৰণ আৰম্ভ কৰিছে।

সমগ্ৰ দেশৰ চহৰসমূহত সোমবাৰৰ পৰা ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ বাবে কোভিড টিকাকৰণ আৰম্ভ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰা মতে, ভাৰত বায়োটেকৰ কভাক্সিন যোগ্য শিশুসকলক প্ৰদান কৰা হ'ব আৰু ২৮ দিনৰ ব্যৱধানত দুটা পালি দিয়া…

নাগালেণ্ডত পুনৰ আন্দোলন আফস্পা আইন বাতিলক লৈ

আফস্পা আইন বাতিলক লৈ নাগালেণ্ডত আন্দোলন। ৩০ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে নাগালেণ্ডক পুনৰ ছমাহলৈ অশান্ত অঞ্চল ঘোষণা কৰে। এই কাৰ্যক প্ৰতিবাদ জনাই অহা ১০ জানুৱাৰীত ডিমাপুৰৰ পৰা ক’হিমালৈ প্ৰায় ৭২ কিলোমিটাৰ জোৰা বিশাল গণ প্ৰতিবাদী সমদল…

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত কংগ্ৰেছৰ আন্দোলন ঘোষণা

দ্য ক্ৰছকাৰে্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ফাদিল হৈছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বৃহৎ ভূমি কেলেংকাৰি ৷ এই কেলেংকাৰিৰ সঠিক তদন্ত বিচাৰি এতিয়া ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ…