এক জানুৱাৰীৰ ঘোষণা : আপুনিও আমাৰ সাংবাদিক হ’ব পাৰিব

এটা নতুন বছৰৰ আৰম্ভণিত আমিও এক নতুন যাত্ৰাৰ পাতনি মেলিব বিচাৰিছো ৷ অধিক পৰিসৰত , অধিক বিস্তৃত ৰূপত আমাৰ দৰ্শক , পঢ়ুৱৈৰ বাবে নিৰ্বাচিত খবৰ আগবঢ়াই দিয়াৰ পৰিকল্পনা হাতত লৈছো ৷ এই পৰিকল্পনাক সাকাৰ ৰূপ দিবলৈ আমাক প্ৰয়োজন এদল দায়বদ্ধ…

5G সেৱা ক্ষেত্রত বাদ পৰিল অসম কিয়?

5G সেৱা ক্ষেত্রত অসম বাদ পৰি ৰ’ল। নতুন বছৰৰ পৰা ভাৰতত আৰম্ভ হ’ব 5G সেৱা। আহমেদাবাদ, বেংগালুৰু, চণ্ডীগড়, চেন্নাই, দিল্লী, লক্ষ্ণৌ, মুম্বাই, গান্ধীনগৰ, গুৰুগ্ৰাম, হায়দৰাবাদ, জামনগৰ, কলকাতা আৰু পুনেত আৰম্ভ হ’ব 5G সেৱা। ১৩ খন ঠাইত প্ৰথমতে আৰম্ভ হ’ব 5G…

২০২১ ত প্ৰাণ হেৰুৱালে ৪৫ সাংবাদিকে

২০২১ ত প্ৰাণ হেৰুৱালে অসম বা ভাৰত নহয় , সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ বাবে এটা ক’লা বছৰ হৈ ৰ’ল ২০২১ চন ইন্টাৰনেচনেল প্ৰেছ ইনষ্টিটিউটে সদৰী কৰা তথ্য অনুসৰি ২০২১ চনত সমগ্ৰ বিশ্বত প্ৰাণ হেৰুৱালে ৪৫ গৰাকী সাংবাদিকে ৷ এই তালিকাত…

মিত্ৰতা বিচাৰি নৰেন্দ্ৰ মোদীয়ে শাৰদ পাৱাৰক কি কৈছিল?

পঞ্জাৱ, উত্তৰ প্ৰদেশকে ধৰি ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত। শাসক-বিৰোধী প্ৰতিটো দলেই লিপ্ত হৈছে তীব্ৰ বাকযুদ্ধকত। নিৰ্বাচনৰ ধুমুহাৰ মাজতেই ইণ্ডিয়ান এক্সপ্ৰেছৰ মাৰাঠী কাকতত প্ৰকাশ পোৱা এটা খবৰ অনুসৰি শাৰদ পাৱাৰক ২০১৯ৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি দলৰ সৈতে মিত্ৰতা…

বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা

বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা ৷ ‘ইয়াত এখন অৰণ্য আছিল ‘ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা ৷

ধর্ম সংসদক লৈ বিদেশী সংবাদ মাধ্যমত চর্চা

উত্তৰাখণ্ডৰ হৰিদ্বাৰত ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল ধর্ম সংসদ নামৰ এলানি ধর্মীয় অনুষ্ঠান৷অনুষ্ঠানত আগবঢ়োৱা বির্তকিত ভাষণৰ ক্লিপ ইতিমধ্যে চচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে৷তেনে এটা অনু্ষ্ঠান হিন্দু যুৱ বাহিনীয়ে ৰাজধানী দিল্লীত অনুষ্ঠিত কৰিছিল বিগত ১৯ ডিচেম্বৰত৷য’ত এটা বিশেষ সম্প্ৰদায়ৰ…

ভূমি কেলেংকাৰিৰ বাতৰি কিয় ওলোৱা নাছিল অসমৰ সংবাদ মাধ্যমত?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰ যৌথ অনুসন্ধানত ফাদিল হৈছিল ৰিনিকি ভূঞা শর্মাই প্ৰতিষ্ঠা কৰা ভূমি কেলেংকাৰিৰ বিস্ফোৰক তথ্য৷অসমৰ ইতিহাসৰ এই সর্ববৃহৎ ভূমি কেলেংকাৰিৰ বাতৰি অসমৰ সর্বস্তৰৰ ৰাইজৰ মাজলৈ লৈ যাবলৈ দ্য ক্ৰছকাৰন্টৰ দৰে সৰু সাংবাদ মাধ্যমেই পর্যাপ্ত নহয়৷সেইবাবেই এইক্ষেত্ৰত প্ৰয়োজন…

আজি অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মজয়ন্তী

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী,ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মজয়ন্তী।ভাৰতৰ ১০ম প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী। তেখেত মুঠ তিনিবাৰৰ বাবে, পোনপ্ৰথমবাৰ ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে (১৬ মে’ ১৯৯৬-১ জুন ১৯৯৬), তাৰপাছত ১৯৯৮ – ১৯৯৯ চনত ১৩ মাহৰ বাবে (১৯ মাৰ্চ ১৯৯৮…

আজি বৰদিন

আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন। বৰদিন উপলক্ষে বিশ্বজুৰি খ্ৰীষ্টানধৰ্মৰ লোকসকলৰ মাজত দেখা হৈছে ব্যপক উছাহ উদ্দীপনা। আজি পুৱা ৯ বজাৰ পৰাই সকলোৱে গীৰ্জাত উপস্থিত হৈ কৰিব পাৰিব প্ৰাৰ্থনা, কিন্তু কোভিড নিয়ম সকলোৱে মানি চলিব লাগিব।দেশবাসীক ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ…

৭ বছৰত চিবিআই,ইডি,আয়কৰৰ ৰোষত পৰিছে ৫৭০ গৰাকীকৈ বিজেপিৰ ৰাজনৈতিক প্ৰতিদ্বন্দী

এন ডি টি ভিৰ সমীক্ষাত প্ৰকাশ পাইছে এটা বিস্ফোৰক তথ্য৷তথ্য অনুসৰি বিজেপি শাসনলৈ অহাৰ পিছত দলটোৰ ৫৭০ গৰাকী ৰাজনৈতিক প্ৰতিদন্দি ৰোষত পৰিছে কেন্দ্ৰীয় সংস্থাৰ৷কেন্দ্ৰীয় সংস্থা যেনে চিবিআই ,ইডি অথবা আয়কৰ বিভাগ আদিয়ে এই সাতটা বছৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিৰ…