ঋণ লৈও আগুৱাব পৰা নাই কিয় অসম?

ঋণ লৈ আগুৱাইছে কেৰালা৷পিছুৱাইছে কিয় অসম?সদনত উত্থাপন হৈছে অসম চৰকাৰৰ ঋণৰ প্ৰসংগ৷বিধায়ক অখিল গগৈয়ে কার্টুন অংকিত টি চার্ট পিন্ধি বিধানসভাৰ প্ৰাংগণত সাব্যস্ত কৰিছে প্ৰতিবাদ৷তাৰমাজতে সদনত মুখ্যমন্ত্ৰীৰ বক্তব্য-ঋণ লব পৰা শক্তিৰ বাবে অসম চৰকাৰ গৌৰাম্বিত৷বিধানসভা অধিবেশনৰ তৃতীয় দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

হিন্দুত্বৰ ৰাজনীতিৰ নতুন আইটেম কণী

অসম বিধানসভাত গো সুৰক্ষা আইনৰ সংশোধনী বিধেয়ক উত্থাপন হ’ল ৷ মাত্ৰ কেইটামান মাহৰ পূৰ্বে গৃহীত হোৱা বিধেয়কখন সংশোধনী কৰিবলগীয়া হোৱাটো ৰাজ্য চৰকাৰখনৰ অ পৰিনামদৰ্শিতাৰ চূড়ান্ত নিদৰ্শন ৷ বাখ্যা কৰাৰ নিশ্চয় প্ৰয়োজন নাই যে গো মাংস নিষিদ্ধ কৰি হিন্দুত্ববাদৰ ৰাজনীতিক নতুন…

RTI কৰ্মীৰ ওপৰত বৰ্বৰতা।হাতুৰীৰে কোবাই হাত-ভৰি ভাঙি ভৰিত মাৰিলে গঁজাল।

আৰটিআই কৰ্মী অথবা আৰটিআই Activist সকলৰ ওপৰত আক্ৰমণ প্ৰতিহত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শত কোৱা হৈছে যে যদি এজন আৰটিআই কৰ্মীক ভাবুকি দিয়া হয় বা আক্ৰমণ কৰা হয়, তেন্তে বিষয়টোত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে, এনে গোচৰবোৰ ডি.এম. আৰু…

অসমত কেইলাখ নিবনুৱা আছে?

আজিৰ পৰা ছয়টা বছৰ আগৰ কথা৷বর্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কংগ্ৰেছ এৰি যোগ দিছে বিজেপিত৷তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিল নিবনুৱাৰ কথা।হিমন্ত বিশ্ব শৰ্মাই কৈছিল অসমৰ ২৩ লাখ নিবনুৱাৰ কথা।তৰুণ গগৈ চৰকাৰক সমালোচনা কৰি এই ২৩ লাখ নিবনুৱাৰ সংস্থাপনৰ কথা কৈছিল…

নিবাচর্ন সমাগত,আকৌ উত্তৰ প্ৰদেশলৈ নৰেন্দ্ৰ মোদী

সমাগত ৫ ৰাজ্যৰ বিধানসভা নির্বাচন৷তৎপৰ প্ৰতিটো ৰাজনৈতিক দল৷উত্তৰ প্ৰদেশত ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা পৰিলক্ষিত হৈছে৷তাৰ মাজতে পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ প্ৰদেশলৈ সঘন আহ যাহ৷ বিগত সপ্তাহত কাশী বিশ্বনাথ প্ৰকল্প উদ্বোধনৰ পিছত বৃহস্পতিবাৰে পুনৰ উত্তৰ প্ৰদেশ ভ্ৰমণলৈ নৰেন্দ্ৰ…

অযোধ্যাত কেনেকৈ সংঘটিত হৈছে ভূমি কেলেংকাৰি?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানত পোহৰলৈ আহিছিল অসমৰ ইতিহাসৰ এটা সর্ববৃহৎ ভূমি কেলেংকাৰিৰ তথ্য৷শেহতীয়াকৈ আন এটা অবৈধ ভূমি ক্ৰয় বিক্ৰয়ৰ তথ্য ফাদিল হৈছে ইণ্ডিয়ান এক্সপ্ৰেছৰ অনুসন্ধানত৷এই কাহিনী অযোধ্যাৰ৷ ৰাম মন্দিৰ নিমার্নৰ পক্ষে উচ্চতম ন্যায়ালয়ে ৰায় দান কৰাৰ পিছতেই…

ভাষা নাথাকিলে জাতি নাথাকে- বিধানসভাত প্ৰতিবাদ অখিল গগৈৰ

আজি বিধানসভা অধিবেশনৰ চতুর্থ দিন৷চতুর্থটো দিনত বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। ‘ভাষা নাথাকিলে জাতি নাথাকে’, ‘এ পি এছ চিত অসমীয়া ভাষা শেষ?’ লিখা টিছাৰ্ট পৰিধান কৰি, ডিঙিত গামোচা লৈ প্ৰতিবাদ সাব্যস্ত অখিল গগৈৰ৷ সাংবাদিকৰ আগত গগৈৰ…

পানামা পেপার্চ কি?

পানামা পেপাৰ্চত নাম অন্তৰ্ভুক্ত হৈ আছে অমিতাভ বচ্চন, ঐশ্বৰ্য ৰায়,অজয় দেৱগন,বিজয় মালিয়া,সাংবাদিক কৰণ থাপৰ, চীনৰ প্ৰধানমন্ত্ৰী চি জিন পিং, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ আদি বহুতৰে।কিন্তু কি এই পনামা পেপাৰ?পনামা পেঁপাৰত এনে কি আছে যে যাৰ বাবে বহু দেশৰ প্ৰধানমন্ত্ৰীয়ে…

ঋণ গ্ৰহণ কৰি নহয়,ঋণ পৰিশোধ কৰি চমক দেখুৱাইছে কেজৰিয়াল চৰকাৰে-

বিত্ত বিভাগে সদনত ডাঙি ধৰা তথ্য অনুসৰি অসম চৰকাৰৰ বর্তমানৰ ঋণৰ পৰিমাণ ৮২ হাজাৰ কোটি টকা৷২০১৬ চনত অসম চৰকাৰৰ ঋণৰ পৰিমাণ ৪১ হাজাৰ কোটি টকা৷অর্থাৎ অসম চৰকাৰৰ বিত্ত বিভাগৰেই তথ্য অনুসৰি ৫ বছৰত অসম চৰকাৰৰ ঋণ দুগুণলৈ বৃদ্ধি হল৷কিন্তু একেখিনি…

পাকিস্তানৰ পৰা পৰিচালিত ২০ টা ইউটিউব চেনেল বন্ধ কৰিলে ভাৰত চৰকাৰে

ভাৰত চৰকাৰৰ চোৰাংচোৱা সংস্থাৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে চিনাক্ত কৰি উলিয়াইছে পাকিস্তানৰ পৰা পৰিচালিত এই সমূহ ইউটিউব চেনেল আৰু ৱেবচাইট৷এই তালিকাত আছে The Punch Line, InternationalWeb News, Khalsa TV, The Naked Truth, News24, 48 News, Punjab Viral, Naya Pakistan…