ভাষা নাথাকিলে জাতি নাথাকে- বিধানসভাত প্ৰতিবাদ অখিল গগৈৰ

Share This Article

আজি বিধানসভা অধিবেশনৰ চতুর্থ দিন৷চতুর্থটো দিনত বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। ‘ভাষা নাথাকিলে জাতি নাথাকে’, ‘এ পি এছ চিত অসমীয়া ভাষা শেষ?’ লিখা টিছাৰ্ট পৰিধান কৰি, ডিঙিত গামোচা লৈ প্ৰতিবাদ সাব্যস্ত অখিল গগৈৰ৷
সাংবাদিকৰ আগত গগৈৰ অখিল গগৈৰ ভাষ্য-এ পি এছ চিৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত বাদ দিয়াৰ কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে অসম বিধানসভাৰ ৰোল ৩০১ ৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰিব বিচৰা হৈছিল যদিও সেই প্ৰশ্ন উত্থাপন কৰিব পৰা নগ’ল। সেয়েহে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হল অখিল গগৈ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.