5G সেৱা ক্ষেত্রত বাদ পৰিল অসম কিয়?

Share This Article

5G সেৱা ক্ষেত্রত অসম বাদ পৰি ৰ’ল। নতুন বছৰৰ পৰা ভাৰতত আৰম্ভ হ’ব 5G সেৱা। আহমেদাবাদ, বেংগালুৰু, চণ্ডীগড়, চেন্নাই, দিল্লী, লক্ষ্ণৌ, মুম্বাই, গান্ধীনগৰ, গুৰুগ্ৰাম, হায়দৰাবাদ, জামনগৰ, কলকাতা আৰু পুনেত আৰম্ভ হ’ব 5G সেৱা। ১৩ খন ঠাইত প্ৰথমতে আৰম্ভ হ’ব 5G সেৱা। কেন্দ্ৰীয় দূৰসংযোগ বিভাগে সদৰি কৰা অনুসৰি অহা বছৰৰ মাজভাগৰ পৰা 5G সেৱা উপলব্ধ হ’ব। চৰকাৰে মাৰ্চ-এপ্ৰিলত 5G স্পেকট্ৰাম নিলাম কৰিব। প্ৰথমতে দেশৰ আগশাৰীৰ চহৰসমূহত প্ৰথমতে 5G সেৱা আৰম্ভ হ’ব আৰু পৰ্যায়ক্ৰমে দেশজুৰি মুকলি কৰা হ’ব 5G সেৱা।। নতুন বছৰৰ পৰা ভাৰতত আৰম্ভ হ’ব 5G সেৱা। আহমেদাবাদ, বেংগালুৰু, চণ্ডীগড়, চেন্নাই, দিল্লী, লক্ষ্ণৌ, মুম্বাই, গান্ধীনগৰ, গুৰুগ্ৰাম, হায়দৰাবাদ, জামনগৰ, কলকাতা আৰু পুনেত আৰম্ভ হ’ব 5G সেৱা। ১৩ খন ঠাইত প্ৰথমতে আৰম্ভ হ’ব 5G সেৱা। কেন্দ্ৰীয় দূৰসংযোগ বিভাগে সদৰি কৰা অনুসৰি অহা বছৰৰ মাজভাগৰ পৰা 5G সেৱা উপলব্ধ হ’ব। চৰকাৰে মাৰ্চ-এপ্ৰিলত 5G স্পেকট্ৰাম নিলাম কৰিব। প্ৰথমতে দেশৰ আগশাৰীৰ চহৰসমূহত প্ৰথমতে 5G সেৱা আৰম্ভ হ’ব আৰু পৰ্যায়ক্ৰমে দেশজুৰি মুকলি কৰা হ’ব 5G সেৱা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.