সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কি আছে ২০২২-২৩ বিত্তীয় বাজেটত?

কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰিছে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট। আগন্তুক পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এইবাৰৰ কেন্দ্ৰীয় বাজেট বিশেষ ভাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।আনহাতে উত্তৰ পূর্বাঞ্চলৰ…

ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ বিৰুদ্ধে চলিছে নেকি এনকাউন্টাৰ অভিযান?

https://www.youtube.com/watch?v=P1R7AhjPcoc অসম চৰকাৰে ৰাজ্যত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ সিদ্ধান্ত লোৱাৰ সময়তে এতিয়া বন্ধ হবলৈ আৰম্ভ কৰিছে ইখনৰ পিছত সিখন চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়৷অসমীয়া প্ৰতিদিন কাকতৰ এক বাতৰি অনুসৰি,আগন্তুক…

২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা কৰা ধন কিয় নাপালে অসমে?

https://www.youtube.com/watch?v=9NK4YOGdmkI নৰেন্দ্ৰ মোডী চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এক ফেব্ৰুৱাৰীত ২০২২-২৩ বিত্তীয় বছৰৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে হয়তো আৰু নতুন নতুন ঘোষণা কৰিব পাৰে। কিন্তু…

আকৌ সাম্প্ৰদায়িক সংঘৰ্ষৰ শংকাত কঁপিছে গুজৰাট ৷

https://www.youtube.com/watch?v=rP11AaM1p94 গুজৰাটত অকৌ বাজিছে সাম্প্ৰদায়িক সংঘৰ্ষৰ দামামা ৷ গুজৰাটৰ আহমদাবাদ জিলাৰ ধন্ধুকা গাঁৱত এজন হিন্দু যুৱক কিশন ভাৰৱাডৰ হত্যাৰ ঘটনা সংঘটিত হয় ৷ হত্যাত অভিযুক্ত কৰা হয় ইছলামিক মৌলবাদীক ৷ তাৰ পাছৰে…

বাজেট মানে কেৱল নিৰ্মলা সীতাৰমণৰ ভাষণ নেকি ?

মঙলবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে অহা বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰিব ৷ এই বাজেটতো নিশ্চয় নতুন নতুন চমকলগা ঘোষণা কৰা হ’ব ৷ কাৰণ , ইয়াৰ আগৰ বাজেটতো কোভিড সৃষ্ট পৰিৱেশত সাধাৰণ মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ কেতবোৰ ঘোষণা কৰা…

বাজেট অধিৱেশনত চৰকাৰে বাজেট দাখিল কৰিব নে ‘পেগাছাছ’ কাণ্ডৰ পৰা নিজকে বচাব

অবৈধ বেদখলকাৰীবোৰ ক’ৰ পৰা আহে?চৰকাৰী ভূমি বেদখলকাৰী কৰিবলৈ মানুহবোৰ ক’ৰ পৰা আহে?বহুতৰ মতে তেওলোক লুঙী টুপী পৰিহিত বাংলাদেশী,তেওলোক বাংলাদেশৰ পৰা আহে৷কিন্তু আজি আমি আলোচনা কৰিম,সচাকৈ চৰকাৰী ভূমি দখল কৰিবলৈ ক’ৰ পৰা আহে বেদখলকাৰী৷ অপৰাধীৰ…

গোমূত্ৰৰে কোভিড নিৰ্মূল কৰা বিজেপি নেত্ৰী বৰ্তমান কোভিড আক্ৰান্ত

বিজেপিৰ বিতৰ্কিত নেত্ৰী সাধ্বী প্রজ্ঞা সিংহ ঠাকুৰ আক্ৰান্ত কোভিডত। নেত্ৰীগৰাকীয়ে এটা টুইটযোগে এই কথা সদৰী কৰে । বিগত বৰ্ষত কৰ'না নিৰাময় সন্দৰ্ভত আচহুৱা মন্তব্য কৰি চৰ্চালৈ আহিছিল নেত্ৰীগৰাকী। তেওঁ কৈছিল গোমূত্ৰ সেৱন কৰ'না নিৰাময়ৰ এক উত্তম…

ৰাজ্যপালক টুইটাৰত কিয় ব্লক কৰিলে মমতা বেনাৰ্জীয়ে ?

ৰাজ্যপালক টুইটাৰত ব্লক কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ সোমবাৰে সংবাদমেলত এই কথা নিজেই সদৰী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় –‘মই ৰাজ্যপালক টুইটাৰত ব্লক কৰিছো ৷ ব্লক কৰিবলৈ বাধ্য হৈছো ৷’ মমতা বেনাৰ্জীয়ে লগতে কয় যে তেওঁৰ…

ৰেলী আৰু ৰোড শ্ব’ত নিষেধাজ্ঞা নিৰ্বাচনী আয়োগৰ

আজি নিৰ্বাচনী আয়োগ কোভিড-১৯ মূল্যায়ন সন্দৰ্ভত এক বৈঠকত মিলিত হ'ব । বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহত ৰেলীৰ বাধ্যবাধকতা সন্দৰ্ভত আলোচনা হ'ব এই বৈঠকত। বিগত ৮ জানুৱাৰীত কোভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী প্ৰচাৰৰ বাবে…

১৫ ফেব্ৰুৱাৰী পৰা খোলা হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠান: মুখ্যমন্ত্রী

*১৫ ফেব্ৰুৱাৰী পৰা খোলা হ'ব ৰাজ্যৰ শিক্ষানুষ্ঠান। *ক'ভিডৰ সংক্রণ হ্রাস পোৱা বাবেই এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। *দুই-তিনিদিনৰ ভিতৰতেই শিথিল হ'ব ৰাতিৰ কাৰ্ফিউ। *১১ বজালৈ কাৰ্ফিউৰ সময় পিছুৱাই দিয়া হ'ব। *ক'ভিডৰ সংখ্যা ১০০০ৰ তললৈ আহিলেই…