নৰেন্দ্ৰ মোদীৰ কোনখন ভাৰত সফল হল ২০২২ চনৰ ভিতৰত?
২০১৫ চনত মোদী চৰকাৰে মুকলি কৰিছিল স্কীল ইণ্ডিয়া মিচন৷এই মিচনৰ লক্ষ্য আছিল,২০২২ চনৰ ভিতৰত ভাৰতৰ ৪০ কোটি যুৱকক বজাৰ সর্ম্পকীয় উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি দক্ষতাৰ বিকাশ সাধন কৰা৷ব্যাপক প্ৰচাৰেৰে স্কিল ইণ্ডিয়াৰ জৰিয়তে ২০২২ চনৰ ভিতৰত নতুন ভাৰতৰ…