প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলত বৃদ্ধি পাব ২০ টকা পৰ্যন্ত মূল্য
https://www.youtube.com/watch?v=8MZU7_ObY9o
দেশত মূল্যবৃদ্ধিৰ এক ধুমুহা আহিবলৈ গৈ আছে।ইয়াৰ বাবে সকলো সাজু হ'বৰ হ'ল।পেট্ৰল,ডিজেল,ৰন্ধন গেছ,বিজুলী সকলোতে ভয়ানকভাবে বৃদ্ধি পাব মূল্য।প্ৰতি লিটাৰ পেট্ৰ'ল,ডিজেলত ২০ টকা পৰ্যন্ত মূল্য বৃদ্ধি…