সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কাজিৰঙালৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আহিব বাবেই পৰ্যটকৰ বাবে বন্ধ থাকিব হাতী-জীপ চাফাৰী

কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। কাজিৰঙাত নিৰ্মান হ’ব লগীয়া ৩৬ কিঃমিঃ দৈৰ্ঘ্যৰ বিশ্বৰ অন্যতম বৃহৎ উৰণীয়া হেঁতুৰ প্ৰাৰম্ভিক কাম-কাজৰ বুজ ল’বলৈ আহিব ৰাষ্ট্ৰীপতিগৰাকী। ৰামনাথ কোবিন্দৰ আগমণৰ বাবে ২৬ আৰু ২৭ ফেব্রুৱাৰীত কাজিৰঙাৰ হাতী-জীপ চাফাৰী পৰ্যটকৰ বাবে বন্ধ থাকিব। ২৬ ফেব্ৰুৱাৰীৰ পুৱা কাজিৰঙাৰ কহঁৰা বনাঞ্চলত হাতী চাফাৰী অথবা জীপ চাফাৰীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।

Leave A Reply

Your email address will not be published.