সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দ্যা কাশ্মীৰ ফাইলছৰ লগত কি সম্পৰ্ক অৰবিন্দ কেজৰীয়াল,মমতা বেনাৰ্জী বা অখিলেশ যাদৱৰ?

এখন ছবিৰ লগত কি সম্পৰ্ক বিৰোধী ৰাজনৈতিক দল সমূহৰ?কি সম্পৰ্ক অৰবিন্দ কেজৰীয়াল,মমতা বেনাৰ্জী,মায়াবতী বা অখিলেশ যাদৱৰ?এই ছবিখনৰ লগত কি সম্পৰ্ক ছলমান খান,শ্বাহৰুষ খান অথবা আমিৰ খানৰ? 'দ্যা কাশ্মীৰ ফাইলছ'।এটা ৰাজনৈতিক দল বা এখন চৰকাৰে ভাল পোৱা…

কিন্তু বিকি আলীৰ এনকাউন্টাৰ সমর্থনযোগ্যনে?

৷নিৰজ দাসৰ এনকাউন্টাৰৰ পিছত জিপি সিঙৰ টুইটাৰত দেখা গৈছিল নিউটনৰ সূত্ৰ৷এইবাৰ দেখা গ’ল গীতাৰ বাণী৷ সংঘটিত হল আৰু এটা এনকাউন্টাৰ৷এনকাউন্টাৰত প্ৰাণ গ’ল ধর্ষণত অভিযুক্ত বিকি আলীৰ৷কিছুসময়ৰ পিছতে আহিল আন এটা এনকাউন্টাৰৰ খবৰ৷এইবাৰ এনকাউন্টাৰত প্ৰাণ…

কিয় বিজেপিক প্ৰতিৰোধ কৰাত বিফল হ’ল অখিলেশ যাদৱ আৰু কিয় সফল হৈছিল মমতা বেনাৰ্জী?

পঞ্জাৱৰ বাহিৰে উত্তৰাখণ্ড,গোৱা,মণিপুৰৰ লগতে উত্তৰ প্ৰদেশতো একক সংখ্যা গৰিষ্ঠতাৰে ক্ষমতালৈ আহিল বিজেপি দল।নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশত যদিও অখিলেশ যাদবৰ সমাজবাদী পাৰ্টিৰ ব্যাপক নিৰ্বাচনী ঢৌ দেখা গৈছিল অৱশেষত কিন্তু সেই ঢৌৱে অখিলেশ যাদৱক…

ৰিপুন বৰা হ’ব কংগ্রেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী

৩১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ কংগ্রেছৰ প্ৰাৰ্থী নাম চূড়ান্ত হ'ল। ৰিপুন বৰা হ'ব কংগ্রেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী। ৫ প্ৰাৰ্থীৰ নাম কংগ্রেছ হাইকামাণ্ডলৈ প্ৰেৰণ কৰিছিল APCC য়ে। হাইকামাণ্ডে ৰিপুন বৰাৰ নাম অনুমোদন জনাইছে।

পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি নৱজোট সিং সিদ্ধুৱে দাখিল কৰিলে পদত্যাগ পত্ৰ

ইতিমধ্যে সমাপ্ত হোৱা পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে চৰম বিফলতাৰ মুখ দেখে। বিগত মঙ্গলবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভানেত্ৰী ছোনীয়া গান্ধীয়ে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা পাঁচ ৰাজ্য ক্ৰমে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, গোৱা, পঞ্জাৱ আৰু…