কিয় বিজেপিক প্ৰতিৰোধ কৰাত বিফল হ’ল অখিলেশ যাদৱ আৰু কিয় সফল হৈছিল মমতা বেনাৰ্জী?

Share This Article

পঞ্জাৱৰ বাহিৰে উত্তৰাখণ্ড,গোৱা,মণিপুৰৰ লগতে উত্তৰ প্ৰদেশতো একক সংখ্যা গৰিষ্ঠতাৰে ক্ষমতালৈ আহিল বিজেপি দল।নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশত যদিও অখিলেশ যাদবৰ সমাজবাদী পাৰ্টিৰ ব্যাপক নিৰ্বাচনী ঢৌ দেখা গৈছিল অৱশেষত কিন্তু সেই ঢৌৱে অখিলেশ যাদৱক ক্ষমতাত অধিষ্ঠিত কৰাব নোৱাৰিলেগৈ।বহু ৰাজনৈতিক বিশেষজ্ঞৰ অংকত আউল লগাই পুনৰ বাৰ ক্ষমতালৈ আহিল যোগী আদিত্যনাথৰ চৰকাৰ।কিন্তু আহিব লগা নিৰ্বাচন সমূহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লগা এই নিৰ্বাচনৰ বিশেষকৈ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ ফলাফল বিজেপি দলৰ সপক্ষে যোৱাৰ প্ৰধান কাৰণ কি?অখিলেশ যাদবৰ সমাজবাদী পাৰ্টীৰ পৰাজয়ৰ মূল কাৰণ কি?কিয় বিজেপিক প্ৰতিৰোধ কৰাত বিফল হল অখিলেশ যাদৱ আৰু কিয় সফল হৈছিল মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ?এই সম্পৰ্কত দেশৰ প্ৰখ্যাত ৰাজনৈতিক ৰণ নীতিকাৰ প্ৰশান্ত কিশোৰৰ মতামত কি চাওঁ আহক আজিৰ পলিটিক্স অফ দ্যা ডেত—-

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.