কিয় দাম কমিছে কেৱল টকাৰ ?





ৰাজকন্যা বৰুৱাৰ জামিন লাভ। ৫০ হাজাৰ টকাৰ আমানত ধনৰ বিনিময়ত জামিন লাভ দুটাকৈ গোচৰত অভিযুক্ত ৰাজকন্যা বৰুৱা। যোৱা ৭ মাৰ্চত এটা গোচৰত জামিন লাভ কৰাৰ লগতে আজি আনটো গোচৰত জামিন লাভ ৰাজকন্যাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে এই জামিন।

মণিপুৰত আজি অনুষ্ঠিত হৈ আছে দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন ৷ কিন্তু তাৰ পূৰ্বে শাসনাধিষ্ঠিত বিজেপি দলৰ বিৰুদ্ধে উত্থাপণ হৈছে এক গুৰুতৰ অভিযোগ ৷ দলটোৰ বিৰুদ্ধে উত্থাপণ হৈছে কৌটি কৌটি টকা ধনৰ বিনিময়ত নিষিদ্ধঘোষিত উগ্ৰপন্থীৰ সমৰ্থন আদায় কৰাৰ অভিযোগ ৷ কোনে…

নাটোৰ ভূমিকাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি বোলোডিমিৰ জেলেনস্কিয়ে ৷ তেওঁ প্ৰতিবেশী ৰাষ্ট্ৰসমূহক তেওঁলোকৰ আকাশমাৰ্গ ন’ ফ্লাই জ’ন হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাইছিল ৷ কিন্তু নাটোয়ে সেই আহ্বান নস্যাৎ কৰে ৷ ইয়াকে লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি ইউক্ৰেইনৰ…

যুদ্ধ আৰু কৰিব বিচৰা নাই ৰাছিয়াই। যুদ্ধ বিৰতি ঘোষণা কৰিছে ৰাছিয়াই। গ্লাম কৰিডৰ নিৰ্মাণৰ বাবে যুদ্ধ বিৰতি ঘোষণা প্ৰৱল প্ৰতাপী ৰাছিয়াৰ। বিদেশী নাগৰিক উদ্ধাৰৰ বাবে এই সিদ্ধান্ত। এই কথা ঘোষণা কৰিছে UNSC ত ৰাছিয়াৰ ৰাষ্ট্ৰদূতে।

পাকিস্তানৰ পেচাবৰৰ এটা মছজিদত জুম্মা নামাজ পঢ়িবলৈ যোৱাই যেন কাল হ’ল ইছলাম ধৰ্মাৱলম্বীলোকসকলৰ। জুম্মা নামাজৰ সময়ত শৰীৰত বোমা লগাই মছজিদৰ ভিতৰত প্ৰৱেশ বোমাৰুৰ। ভয়ংকৰ বোমা বিস্ফোৰণত ফলত থিতাতে নিহত হয় প্ৰায় ৩০ জনলোক। পৰৱৰ্তী সময়ত মৃত্যুৰ সংখ্যা বৃদ্ধি হৈছে। আনহাতে…

ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে চি বি আয়ে মেঘালয়ত কোনো অনুসন্ধান চলাব নোৱাৰিব ৷ এন পি পি নেতৃত্বাধীন মেঘালয় চৰকাৰে শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে মেঘালয় চৰকাৰ এতিয়াও এন ডি এ মিত্ৰজোটৰ অংশীদাৰ ৷ চি বি আই তদন্ত…

নৱম দিনাও অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ ৷ তাৰ মাজতে ৰুছ সেনাই জপৰোজিয়া নিউক্লিয়াৰ প্লান্ট নিজৰ দখললৈ নিছে ৷ ইউক্ৰেইনৰ এই নিউক্লিয়াৰ প্লান্টৰ প্ৰশাসনিক আৰু নিয়ন্ত্ৰণ বিভাগ ৰুছ সেনাই দখল কৰি লয় ৷ তাৰ পূৰ্বে হোৱা গুলীয়াগুলীত ৩৩ জন…