দ্যা কাশ্মীৰ ফাইলছৰ লগত কি সম্পৰ্ক অৰবিন্দ কেজৰীয়াল,মমতা বেনাৰ্জী বা অখিলেশ যাদৱৰ?

Share This Article

এখন ছবিৰ লগত কি সম্পৰ্ক বিৰোধী ৰাজনৈতিক দল সমূহৰ?কি সম্পৰ্ক অৰবিন্দ কেজৰীয়াল,মমতা বেনাৰ্জী,মায়াবতী বা অখিলেশ যাদৱৰ?এই ছবিখনৰ লগত কি সম্পৰ্ক ছলমান খান,শ্বাহৰুষ খান অথবা আমিৰ খানৰ? ‘দ্যা কাশ্মীৰ ফাইলছ’।এটা ৰাজনৈতিক দল বা এখন চৰকাৰে ভাল পোৱা এখন বিশেষ ছবি।ব্যৱসায়িক দিশতো সফল হৈছে ছবিখন।এয়া ভাল কথা।কিন্তু সমস্যাটো হ’ল যে এই বিশেষ ছবিখনক লৈ এতিয়া একাংশ লোকে মুকলি ভাবে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ যত্ন কৰিছে।বিৰোধী ৰাজনৈতিক দলসমূহকো টাৰ্গেট কৰি লৈছে।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.