সুদ ভৰি ভৰি সৰ্বস্বান্ত হ’ব নেকি হিমন্ত বিশ্ব শৰ্মা?
৫ বছৰত সুদৰ নামতেই যাব ৫৫ হাজাৰ কোটি টকা৷হয়,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ অসম চৰকাৰে আগন্তুক ৫ টা বছৰত সুদৰ নামত ভৰিব ৫৫ হাজাৰ কোটি টকা৷কিন্তু কিয়?এই সন্দর্ভত আজি দৈনিক অসম কাকতত এক বিশেষ প্ৰতিবেদন লিখিছে সাংবাদিক জীতেন্দ্ৰ কুমাৰ…