বিমানবন্দৰত জ্যেষ্ঠ আই পি এছ বিষয়াৰ চুইটকেছত ওলাল সেউজীয়া মটৰ

Share This Article

জ্যেষ্ঠ আই পি এছ বিষয়া তথা তামিলনাডুৰ পৰিবহন আয়ুক্ত অৰুণ বথৰাই বিগত বুধবাৰে নিজৰ টুইটাৰ একাউণ্টত এখন ফটো প্ৰকাশ কৰে। ফটো খন আছিল সেউজীয়া মটৰ ভর্তি এটা চুইটকেছৰ। জয়পুৰ বিমানবন্দৰত তেওঁৰ চুইটকেছ পৰীক্ষাৰ সময়ত স্কেনাৰত সন্দেহজনক সংকেত অহাত তেওঁক চুইটকেছটো খুলিবলৈ নিৰ্দেশ দিয়া হৈছিল। চুইটকেছ খোলাৰ পিছত ওলাই পৰে সতেজ সেউজীয়া মটৰ- যিসমূহ জ্যেষ্ঠ আই পি এছ বিষয়া তথা তামিলনাডুৰ পৰিবহন আয়ুক্ত অৰুণ বথৰাই প্ৰতি কিল’গ্ৰামত ৪০ টকাকৈ কিনি আনিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.