সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চৰকাৰী আঁচনিৰ নামত চান্দা সংগ্ৰহ কিয় বিজেপিৰ?

চৰকাৰী আঁচনিৰ নামত দলীয় পুজি সংগ্ৰহ কৰিছে বিজেপিয়ে৷ শেহতীয়া সময়ত চান্দা সংস্কৃতিৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক৷ চান্দা সংগ্ৰহ কৰি বিহু নাপাতিবলৈও আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে৷ কিন্তু সেইখিনি সময়তে বিজেপিৰ বিৰুদ্ধে উঠিছে মহাঅভিযোগ৷ সেয়া হৈছে চৰকাৰী আঁচনিৰ নামত চান্দা সংগ্ৰহৰ অভিযোগ৷ সৱিশেষ চাওঁক দ্য ক্ৰছকাৰেন্ট এক্সপ্লেইনত।-

 

- Donation -

Leave A Reply

Your email address will not be published.