সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

EXCLUSIVE: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ, ৩৩ কোটিৰ কেলেংকাৰীত অভিযুক্তক অত্যাধিক লাভজনক দৰত ঠিকা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী ঘনশ্যাম ধানুকাই নহয় , কোভিডকালত ঠিকা লাভ কৰা বিশেষ ব্যক্তিসকলৰ তালিকাত আছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ আৰু এজন পুৰণি ব্যৱসায়িক অংশীদাৰ ৷ তাতেই তেওঁৰ…

নিৰপেক্ষ উচ্চ পৰ্যায়ৰ তদন্ত কৰক নতুবা মূখ্যমন্ত্রীয়ে পদত্যাগ কৰক : ইয়ং আচাম

যি সময়ত কোভিড মহামাৰীয়ে সমগ্ৰ বিশ্ব স্তব্ধ কৰি পেলাইছিল,লকডাউনৰ বাবে সাধাৰণ মানুহ ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছিল,তেনেসময়ত অসমত কোভিড প্ৰতিৰোধী সামগ্ৰীৰ ঠিকা আবণ্টনৰ নামত যি কেলেংকাৰীৰ কথা আৰটিআই যোগে পোহৰলৈ আহিছে তাত…

পি পি ই কীটঃ ৰিণিকি ভূঞা শৰ্মাৰ ঠিকাক কিয় দান বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ?

পি পি ই কীটক লৈ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰে প্ৰকাশ কৰা বাতৰিয়ে ধুমুহাৰ সৃষ্টি কৰিছে অসমৰ ৰাজনীতিত ৷ সংবাদ সংস্থা দুটাই আৰ টি আই তথ্যৰ ভিত্তিত প্ৰকাশ কৰা বাতৰিত স্পষ্ট হৈ পৰিছে যে অসম চৰকাৰে জৰুৰীকালীন ক্ৰয়ৰ সিদ্ধান্ত লোৱাৰ পূৰ্বেই জৰুৰী…

EXCLUSIVE: ১৮ টকাৰ ছেনিটাইজাৰ ১০০ টকাত যোগান মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিজনেছ পাৰ্টনাৰ ধানুকাৰ

ফাদিল হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ধানুকা পৰিয়ালৰ ব্যৱসায়িক লেনদেনৰ আৰু এক গোপন অধ্যায় ৷ মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ঘনশ্যাম ধানুকাৰ পৰিয়ালৰ মাজত কেৱল ঘনিষ্ঠ সম্পৰ্কই নাই , আছে ব্যৱসায়িক লেন-দেনো ৷

EXCLUSIVE: ৬৫ % অধিক দৰত পি পি ই কীটৰ ‘জৰুৰী’ ঠিকা হিমন্ত বিশ্ব শৰ্মাৰ পত্নীকঃ যোগানত…

সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা , গৌতম প্ৰতীম গগৈ (এই প্ৰতিবেদন দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে) কোভিড মহামাৰীয়ে যি সময়ত সমগ্ৰ বিশ্ব স্তব্ধ কৰি পেলাইছিল, জনসাধাৰণৰ জীৱন আৰু…

IAS অনিল স্বৰূপৰ শেহতীয়া গ্ৰন্থত প্ৰকাশ পাইছে মোদী চৰকাৰৰ বহুবোৰ গোপন অধ্যায়।

https://youtu.be/YuEz7AMd1Nc সাধাৰণ সংবাদ মেল এখন কৰিবলৈও কিয় অনুমতি ল'ব লাগে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ? ৰঞ্জন গগৈৰ বিৰুদ্ধে কি অভিযোগ আনিলে IAS অনিল স্বৰূপে? IAS অনিল স্বৰূপৰ শেহতীয়া গ্ৰন্থত প্ৰকাশ পাইছে মোদী চৰকাৰৰ বহুবোৰ গোপন…

সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰ, ধনৰ অবৈধ সৰবৰাহ আৰু আৰ বি এছ ৰিয়েল্টৰ্ছৰ মাজত কি সম্পৰ্ক?

https://youtu.be/GTB6uAp_ppw সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰ, ধনৰ অবৈধ সৰবৰাহ আৰু আৰ বি এছ ৰিয়েল্টৰ্ছৰ মাজত কি সম্পৰ্ক? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos…

কাৰ কবিতা শ্ৰেষ্ঠ, ভূপেন বৰাৰ নে পীয়ূষ হাজৰিকাৰ?

https://youtu.be/Wr_WrOVHIWU অসমৰ ৰাজনীতিত আর্বিভাব দুই কবি৷ কিন্তু কাৰ কবিতা শ্ৰেষ্ঠ, ভূপেন বৰাৰ নে পীয়ূষ হাজৰিকাৰ? কাৰ কবিতাক আপুনি কেই নম্বৰ দিব? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক…

কলকাতাৰ কোম্পেনীৰ জড়িয়তে ধন বিনিয়োগ : ৯ জুনলৈ ইডিৰ জিন্মাত কেজৰিৱালৰ স্বাস্থ্যমন্ত্ৰী

অহা ৯ জুনলৈ ই ডিৰ জিন্মাতে থাকিব দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন ৷ অবৈধ ধন সৰবৰাহৰ গোচৰত ই ডিয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱাল মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীক ৷ মঙলবাৰে সত্যেন্দ্ৰ জৈনক আদালতত হাজিৰ কৰোৱাৰ পাছত তেওক ৯…

জি নিউজৰ স্বাত্বাধিকাৰীৰ বাবে কি কৰিছে বিজেপিয়ে ?

জি নিউজৰ স্বত্বাধিকাৰী তথা জি গ্ৰুপৰ অধ্যক্ষ সুভাষ চন্দ্ৰাই ৰাজস্থানত ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰিছে ৷ বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰূপে তেও মনোনোয়ন দাখিল কৰে ৷ ইয়াৰ পূৰ্বে তেও হাৰিয়ানাৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত…