সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জনতাক বানৰ মাজত এৰি ৰাজনীতিত ব্যস্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

অসমৰ ৩৪ খন জিলা বানৰ মাজত। বানত মৃত্যু ৭১ জনৰ। সতীৰ্থ মন্ত্ৰীসহ মুখ্যমন্ত্ৰী ব্য়স্ত নিৰ্বাচনী প্ৰচাৰত। চাওক বানাক্ৰান্তৰ প্ৰতি মুখ্যমন্ত্ৰীৰ দায়বদ্ধতাৰ নিৰ্দশন। স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ…

২৫ টাকৈ বিপদজনক বুলি চিনাক্ত হ্ৰদৰ পানী বাগৰিলে কোনে ৰক্ষা কৰিব পাৰিব অসমক?

ভূটানৰ ২৫ টা হ্ৰদে বিপদ মাতিব অসমলৈ৷ এটা হ্ৰদৰ পানী বাগৰাৰ ফলতেই জলপ্ৰলয় হৈছিল নামনি অসমত৷ ২৫ টাকৈ বিপদজনক বুলি চিনাক্ত হ্ৰদৰ পানী বাগৰিলে কোনে ৰক্ষা কৰিব পাৰিব অসমক? এক প্ৰতিবেদন৷ স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে…

অসমত পানী , দেশত জুই : এফালে বানৰ দুৰ্ভোগ , আনফালে ক্ষোভৰ অগ্নি

বিগত চাৰিদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত সমগ্ৰ ৰাজ্য সোমাই পৰিছে এক অস্বাভাৱিক বানৰ কবলত ৷ ৰাজ্যৰ ২৫ খন জিলাৰ ১.১০ কৌটি লোক সম্প্ৰতি বানৰ কবলত আছে ৷ মৃত্যু হৈছে চাৰিজনকৈ লোকৰ ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সদৰী কৰা তথ্য…

ৰাজপথ – ৰে’লপথ এতিয়া ‘অগ্নিপথ’ : কিমান দৰমহা পাব অগ্নিবীৰে ?

কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি ‘অগ্নিপথ’ ৷এই আঁচনি অনুসৰি ১৭.৫ বছৰ বয়সৰ পৰা ২১ বছৰ বয়সৰ যুৱক – যুৱতীক দিয়া হ’ব সেনাৰ চাকৰি ৷এইসকল সৈনিক পৰিচিত হ’ব ‘অগ্নিবীৰ’ হিচাপে ৷ কিন্তু এই চাকৰিৰ বয়স হ’ব মাত্ৰ ৪ বছৰ ৷ ৪ বছৰ চাকৰি কৰাৰ পাছত ৭৫ শতাংশ…

সেনাৰ অস্থায়ী নিযুক্তি : অগ্নিপথে কিয় জ্বলাইছে অগ্নি ?

মঙলবাৰে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ‘অগ্নিপথ’ শীৰ্ষক এখন নতুন আঁচনিৰ ঘোষণা কৰে ৷ তাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছে উত্তাল পৰিস্থিতিৰ ৷ সেনাৰ নিযুক্তিৰ বাবে প্ৰস্তুতি চলাই থকা হাজাৰ হাজাৰ নিবনুৱাই ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ বিহাৰত…

‘দ্য ক্ৰছকাৰেন্ট’ৰ দৰ্শক – পঢ়ুৱৈলৈ সম্পাদকৰ চিঠি

দ্য ক্ৰছকাৰেন্টৰ প্ৰতিগৰাকী দৰ্শক , পঢ়ুৱৈক অতি আক্ষেপেৰে জনাও যে  গুৱাহাটী মহানগৰীৰ প্ৰতিকূল বতৰ আৰু কৃত্ৰিম বানে আমাৰ কাৰ্যালয় বুৰাই ৰখাৰ  বাবে কাৰ্যালয়ৰ কামকাজ বিগত তিনিদিন ধৰি ব্যাহত হৈ আছে ৷ যাৰ বাবে আমি আমাৰ ভিডিও প্ৰতিবেদনসমূহো…

৫ বছৰত দিলে ৪.৪৫ লাখ চাকৰি : ডেৰ বছৰত কেনেকৈ দিব ১০ লাখ নিযুক্তি ?

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মঙলবাৰে কৰা এটা ঘোষণাই দেশৰ লাখ লাখ নিবনুৱাৰ মাজত আশাৰ সঞ্চাৰ কৰিছে ৷ কিয়নো পি এম ওৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে অহা ডেৰ বছৰত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ১০ লাখ পদত নিযুক্তি দিবলৈ প্ৰধানমন্ত্ৰীয়ে…

আকৌ ই ডিৰ সন্মুখত হাজিৰ হ’ব লাগিব ৰাহুল গান্ধী

১৭ ঘন্টা জেৰাৰ পাছতো সন্তুষ্ট হোৱা নাই ই ডি ৷ যাৰ বাবে বুধবাৰে আকৌ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক জেৰাৰ বাবে তলব কৰা হৈছে ৷ নেচনেল হেৰল্ড গোচৰত সোমবাৰ আৰু মঙলবাৰে প্ৰায় ১৭ ঘন্টা ৰাহুল গান্ধীক জেৰা কৰে ই ডিয়ে ৷ তাৰ পাছত বুধবাৰে আকৌ জেৰাৰ বাবে…

ৰাষ্ট্ৰপতি নিৰ্বাচন :মমতাৰ উদ্যোগত আজি দিল্লীত বিৰোধীৰ ৰণচালি

বিজেপি বিৰোধী সমীকৰণক এক নতুন মাত্ৰা দিবলৈ আজি নতুন দিল্লীত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উদ্যোগত অনুষ্ঠিত হ’ব বিশেষ বৈঠক ৷ সেই উপলক্ষে মঙলবাৰে দিল্লীত উপস্থিত হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী ৷ কনষ্টিটিটিউশ্যন ক্লাবত অনুষ্ঠিত…