সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আকৌ ই ডিৰ সন্মুখত হাজিৰ হ’ব লাগিব ৰাহুল গান্ধী

১৭ ঘন্টা জেৰাৰ পাছতো সন্তুষ্ট হোৱা নাই ই ডি ৷ যাৰ বাবে বুধবাৰে আকৌ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক জেৰাৰ বাবে তলব কৰা হৈছে ৷ নেচনেল হেৰল্ড গোচৰত সোমবাৰ আৰু মঙলবাৰে প্ৰায় ১৭ ঘন্টা ৰাহুল গান্ধীক জেৰা কৰে ই ডিয়ে ৷ তাৰ পাছত বুধবাৰে আকৌ জেৰাৰ বাবে তলব কৰা হৈছে ৰাহুল গান্ধীক ৷ ই ডিৰ সূত্ৰৰ মতে সন্তোষজনক উত্তৰ নোপোৱা বাবেই কংগ্ৰেছ নেতাগৰাকীক তৃতীয় দিনাও জেৰা কৰা হ’ব ৷

 

 

Leave A Reply

Your email address will not be published.