গুৱাহাটীৰ চৌদিশে পানী : খাবলৈ এটুপি নাই

নেৰানেপেৰা বৰষুণে স্তব্ধ কৰি পেলাইছে গুৱাহাটী মহানগৰ ৷ সোমবাৰে নিশাৰ পৰা আৰম্ভ হোৱা বৰষুণ এতিয়াও শাম কটা নাই ৷ বতৰ বিজ্ঞান বিভাগে ১৭ জুন পৰ্যন্ত বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷ ইপিনে , মূষলধাৰ বৰষুণৰ ফলত গুৱাহাটীৰ অধিকাংশ অঞ্চল কৃত্ৰিম বানৰ…

দীপৰ বিলত ৰে’ল বিভাগে পুতিলে ২৫ হাজাৰ ভ’ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটা

প্ৰকৃতিপ্ৰেমীৰ প্ৰতিবাদক ওফৰাই দীপৰ বিলত ৰে’ল বিভাগে পুতিলে ২৫ হাজাৰ ভ’ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটা ৷ দীপৰ বিলৰ ৰে’লৱে কিলোমিটাৰ ১৬৪ ৰ পৰা ১৬৮ৰ ভিতৰত মঙলবাৰে বিদ্যুৎপৰিবাহী তাঁৰৰ খুটা পোতাৰ কাম  সম্পন্ন কৰে বিভাগটোৱে ৷ দীপৰ বিলত ৰে’ল লাইন স্থাপনৰ…

স্মাৰ্ট চিটী গুৱাহাটীৰ এই অৱস্থা কিয় ? শ শ কৌটিৰ হিচাপ দিব কোনে?

বৰছলা বিলৰ বাবে ২১৫ কৌটি , ভৰলুৰ বাবে ৪৪৪ কৌটি , মৰা ভৰলুৰ বাবে ৪৮৮ কৌটি , দীপৰ বিলৰ বাবে ২৫০ কৌটি – এয়া কোনো কাল্পনিক হিচাপ নিকাচ নহয় ৷ গুৱাহাটী মহানগৰৰীৰ স্মাৰ্ট চিটী প্ৰজেক্টৰ প্ৰকল্প প্ৰতিবেদনত এই প্ৰকল্পসমূহৰ বাবে…

ডেৰ বছৰত ১০ লাখ নিযুক্তি : ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

অহা ডেৰ বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব ১০ লাখ নিযুক্তি ৷ কেন্দ্ৰৰ প্ৰতিটো বিভাগৰ মানৱ সম্পদৰ পৰ্যালোচনা কৰাৰ পাছত এই নিৰ্দেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ PM @narendramodi reviewed the status of Human Resources in all departments and ministries and…

৫০ লাখ বিনিয়োগ কৰি ২০০০ কৌটি উপাৰ্জন : কি গোচৰত ৰাহুল গান্ধীক জেৰা ই ডিৰ ?

কংগ্ৰেছ নেতা ৰাহুল গান্ধী সোমবাৰে হাজিৰ হ’ল ই ডিৰ কাৰ্যালয়ত ৷ ছোনিয়া গান্ধীলৈও ই ডিয়ে চমন জাৰি কৰিছে ৷ অহা ২৩ জুনত ছোনিয়া গান্ধীক ই ডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে ৷ কিন্তু কংগ্ৰেছ সভানেত্ৰীগৰাকী কোভিডত আক্ৰান্ত হোৱা বাবে সম্প্ৰতি…

আৰক্ষীয়েই এতিয়া আইন। আৰক্ষীয়েই আদালত। আৰক্ষীয়ে বিচাৰক।

আৰক্ষীয়েই এতিয়া আইন। আৰক্ষীয়েই আদালত। আৰক্ষীয়ে বিচাৰক। দেশত আইনৰ শাসনৰ অৱসান হ’ল নেকি? আৰম্ভ হ’ল নেকি পুলিচৰাজ?  

‘ই ডি’ কাৰ্যালয়ত হাজিৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী। প্ৰতিবাদ কৰিবলৈ আহি আটক ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া।

আজি ইডিৰ সন্মুখত হাজিৰ হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ইডিৰ সন্মুখত হাজিৰ হোৱাৰ পূৰ্বে কংগ্ৰেছ নেতা গৰাকীৰ সমৰ্থনত দেশৰ বিভিন্ন প্ৰান্তত সমদল উলিয়াইছে কংগ্ৰেছ দলে। গুৱাহাটীৰ ৰাজীৱ ভৱনতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্ৰেছে।ৰাজীৱভৱনৰ পৰা ওলোৱা সমদলকাৰীক আৰক্ষীয়ে বেৰীকেত বান্ধি অৱৰোধ…