সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজ্য

স্বাধীনতাৰ স্বপ্ন ব্যৰ্থ হোৱাৰ অলিখিত কাহিনীৰে জিতুমণি বৰাৰ ‘ভেটি’

‘স্বাধীন অসমৰ দাবী নতুন নহয়৷ আলফাৰ পূৰ্বেই অসমত স্বাধীনতাৰ বীজ ৰোপিত হৈছিল৷ স্বাধীনতাৰ প্ৰসংগটো বিতৰ্কিত বিষয় হ’ব পাৰে, কিন্তু ইয়াক নুই কৰিব নোৱাৰি৷’- চানমাৰিৰ ‘অসম গ্ৰন্থমেলা’ৰ জোনাকী প্ৰেক্ষাগৃহত লেখক-সাংবাদিক জিতুমণি বৰাৰ উপন্যাসৰ…

ক’ত লুকাল সেই উমাল গ্ৰীটিংছ কাৰ্ডবোৰ ?

ক্ৰমাৎ ইতিহাস হোৱাৰ দিশে গ্ৰীটিংছ কাৰ্ড।তাহানিৰ গ্ৰীটংছ কাৰ্ড এতিয়া হ'লগৈ ই-কাৰ্ড।হয়,যুগৰ পৰিৱৰ্তন হোৱাৰ লগে লগে সলনি হৈছে মানুহৰ ৰুচি-অভিৰুচি।ভাল লগা বহু বস্তু সময়ৰ সোঁতত হেৰাই গৈছে। তাৰে এটা প্ৰমাণ ইংৰাজী নৱবৰ্ষৰ এই সময়।নৱবৰ্ষৰ প্ৰাকক্ষণত…

টেলিস্কোপ তাকো পাইপেৰে সজা?

নগঞা জোঁৱাইৰ বিৰল কৃতিত্ব !PVC পাইপেৰে দুদিনতে সাজি উলিয়ালে অত্যাধুনিক টেলিস্কোপ।সুন্দৰকৈ দৃশ্যমান হয় মহাকাশৰ গ্ৰহ-নক্ষত্ৰ।বিজ্ঞান নহয় সংগীতৰ সৈতেহে সম্পৰ্ক তেওঁৰ - তথাপিও চমকপ্ৰদ উদ্ভাৱন।নাম তেওঁৰ ডেৰিক ক'ৰিয়া ।বিগত ১৪ বছৰ ধৰি সংগীতৰ…

বঙহৰ বিৰুদ্ধে বঙহ দেউৰী সমাজত

নৱগঠিত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ বিৰুদ্ধে সৰৱ হৈছে দেউৰী জনতা।ভৈৰৱ দেউৰীক মুখ্য কাৰ্যবাহী হিচাপে লৈ চৰকাৰে গঠন কৰা পৰিষদৰ বিৰুদ্ধে সংবাদমেল বিহপুৰীয়া সমষ্টিত।দেউৰী জাতীয় ঐক্য মঞ্চ আৰু সদৌ দেউৰী নাৰী কল্যাণ সমিতিয়ে এই সংবাদমেলত বিজেপি…

সোণোৱাল কছাৰী ছাত্ৰ-ছাত্ৰী লৈ জলপানি

ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ শুভ বৰুৱা শৈক্ষিক প্ৰতিভা আৰু জ্ঞান বিকাশ যোজনা জলপানি বিতৰণ কাৰ্যসূচী শুকুৰবাৰে অনুষ্ঠিত হয়।উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যৰ ভিতৰত সপ্তম স্থান প্ৰাপ্ত বৈভৱ সোণোৱাললৈ সোনোৱাল কছাৰী স্বায়ত্ত…

ড০ পূর্ণ ভট্টাচার্যলৈ ‘বন্ধু-চাকি সাহিত্য-বঁটা’

বয়স নিৰ্বিশেষে কবি-প্ৰতিভাৰ সন্ধান কৰি তুলি ধৰা, আৰু নিষ্ঠাৱান কবিক মৰ্যাদা দিয়াৰ মানসেৰে গঢ় লৈ উঠা 'বন্ধু-চাকি'ৰ পঞ্চম-প্ৰয়াস হিচাপে, ২০২৩ খ্ৰীষ্টাব্দৰ 'বন্ধু-চাকি সাহিত্য-বঁটা' আগবঢ়োৱা হৈছে -- 'মানুহবোৰ যেতিয়া তেজত ফুলে' (১৯৯৬),…

উজ্জ্বল উজলিল ‘আইৰণ মেন’ হিচাপে

শিৱসাগৰৰ খেলুৱৈৰ আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন।আইৰণ মেন খিতাপ অৰ্জন শিৱসাগৰৰ উজ্বল বৰুৱাৰ।অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ভতিজা উজ্বল বৰুৱাই লাভ কৰে এই খিতাপ।অলপতে মেক্সিকোত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি আইৰণ মেন খিতাপ অৰ্জন কৰে শিৱসাগৰৰ…

নলবাৰীত একাংক নাট প্ৰতিযোগিতা

আৰম্ভ হ'ল প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা।নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত ৩৩ সংখ্যক এই নাট প্ৰতিযোগিতা বুধবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে যশস্বী অভিনেত্ৰী মৃদুলা বৰুৱাই।নলবাৰী নাট্য মন্দিৰত নাট…

‘সমষ্টি পুনৰ নিৰ্ধাৰণ অসমীয়াৰ পৰিপন্থী ‘ !

অসমৰ বিধান সভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰে যি সিদ্ধান্ত লৈছে সেয়া অযুক্তিকৰ আৰু অসম তথা অসমীয়া জাতিৰ স্বাৰ্থৰ পৰিপন্থী এক অপচয়মূলক সিদ্ধান্ত বুলি অভিহিত কৰিছে চিপিআই(এম-এল)দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে। ইয়াৰ…

এৰিডাৰ ‘সম্পত্তি মেলা’

আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ই ২০২৩ বৰ্ষৰ ২ মাৰ্চৰ পৰা ৫ মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে সম্পত্তি এক্সপ'ৰ (Property Expo)আয়োজন কৰিছে। গুৱাহাটীৰ পল্টনবজাৰস্থিত আছী অপসৰাত এই এক্সপ'ৰ আয়োজন কৰা হৈছে।…