Browsing Category
ৰাজ্য
চেনাই লৈ নহয়,ৰেকৰ্ডলৈ ভোকে লঘোনে অপেক্ষা নাচনীৰ !
১০০ কোটি টকীয়া বিহুৰ বিলাই ! ১০০ কোটি টকীয়া বিহুত নাচিবলৈ অহা ঢুলীয়া-পেঁপুৱাৰ আলাই-আথানি !১০০ কোটি টকীয়া বিহু নাচিবলৈ অহা নাচনীও পৰিল ঢলি ! সৰুসজাইত ১৩ হাজাৰ ঢুলীয়া-পেঁপুৱা নাচনীৰ গিজগিজনি। নাচনী-ঢুলীয়া-পেঁপুৱাৰ গিৰিপনিৰে খদমদম সৰুসজাই।…
‘মোডী মেজিক’ নহয় এইবাৰ ‘হিমন্ত মেজিক’ !
কৰ্ণাটকত অহা ১০ মে’ত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।বিৰোধী দল কংগ্ৰেছ আৰু জনতা দল (এছ) এ ইতিমধ্যে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা৷কিন্তু শাসক দল বিজেপিয়ে এতিয়াও এখনো প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পৰা নাই৷শাসনত থকা দলটোৱে প্ৰাৰ্থীৰ নাম ঘোষণা…
শৰ্মিষ্ঠাহঁতলৈ মনত পৰিব নে চৰকাৰৰ?
অভাৰব্ৰীজৰ সৌন্দৰ্য বৃদ্ধিৰ নামত লাখ টকা খৰচ কৰাত কৈ এইলোক সকলৰ সৃষ্টিৰাজিৰ সৌন্দৰ্যক এবাৰ জিলিকাই তোলক সমাজত !
বিশেষ জটিল ৰোগত ভুগি জীৱন-মৰণেৰে যুঁজ দি থকা শৰ্মিষ্ঠা প্ৰীতমৰ ব্যথাভৰা শেহতীয়া এক ফেচবুক পোষ্টে চকু সেমেকাই তুলিছে বহুতৰে ।…
ভাবুকিৰ ৰাজনীতি কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে !
মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই এতিয়া সততে আদালতলৈ যোৱা আৰু কাৰাগাৰত ভৰোৱাৰ কথা কয়। তেওঁৰ বিৰুদ্ধে কোনোবাই কিবা গুৰুতৰ অভিযোগ উত্থাপন কৰিলেই আদালতলৈ যোৱা অথবা কাৰাগাৰত ভৰোৱাৰ ভাবুকি দিয়া দেখিবলৈ পোৱা যায়। শনিবাৰে ইতিমধ্যে সাংসদ পদ…
হিমন্ত বিশ্ব শৰ্মা মানে বিসম্বাদ বিসম্বাদ মানেই হিমন্ত বিশ্ব শৰ্মা নেকি?
ৰাজ্যিক বিজেপিৰ অৱস্থা এতিয়া সংকটজনক। দল আৰু চৰকাৰৰ মতবিভেদে অস্বস্তিত পেলাইছে বিজেপিক। এতিয়া বিজেপিত লাগিছে হাহাকাৰ। হিমন্ত বিশ্ব শৰ্মাপন্থী নেতা,মন্ত্ৰী-বিধায়কৰ যেন দায়বদ্ধতা নাই নিজ দলৰেই প্ৰতি।এক বেপৰোৱা মনোভাবেৰেই দলৰ প্ৰতি বাৰে বাৰে…
অসমত কংগ্ৰেছৰ দুৰ্গ থৰক-বৰক!
সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কমলাক্ষ দে' পুৰকায়স্থসহ ৩ বিধায়কৰ!এটা ডাঙৰ ৰাজনৈতিক খবৰে জোকাৰি গ'ল ৰাজ্য। তৰুণ গগৈৰ দিনৰ কংগ্ৰেছৰ দৰেই আকৌ এবাৰ বিদ্ৰোহী বিধায়কৰ বিদ্ৰোহে থৰক-বৰক কৰিলে কংগ্ৰেছৰ দুৰ্গ।প্ৰধান বিৰোধী দলটোৰ ৩ বিধায়কে…
স্থান এৰি মান হেৰুৱালে ৰহাৰ বিধায়কে?
কচুৱাৰ ৰজাগাঁৱত অনুষ্ঠিত হৈছে হিন্দু সন্মিলন ।নিজস্বতা হেৰুৱাই দৰ্শকৰ শাৰীত বহি থাকিবলগীয়া হ’ল ৰহাৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশী কান্ত দাস।ৰহা সমষ্টিৰ ৰজাগাঁৱত অনুষ্ঠিত হোৱা গৰুবাট মৌজা হিন্দু সন্মিলনত এলাগি হল স্থানীয় বিধায়ক শশী কান্ত দাস।…
অঘটন ঘটিল JEC ত
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত অঘটন।হোষ্টেলৰ শোৱা কোঠালিতেই ৰহস্য জনক মৃত্যু পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অহা ছাত্ৰৰ।
J E.C কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ অভিভাৱকৰ।মহাবিদ্যালয় খনৰ ৫নং হোষ্টেলৰ ৫০৬ নম্বৰ কোঠাত সংঘটিত হৈছে এই ঘটনা।
পুৱাই সংঘটিত…
‘হাতী’ৰ জকা ওলাল ,অগপ কিন্তু ‘সুখী ‘ !
অগপৰ জনপ্ৰিয়তা এতিয়াও হ্ৰাস পোৱা নাই।আঞ্চলিকতাবাদৰ শক্তি অসমত এতিয়াও অটুট আছে ।নগাঁৱত অসম গণ পৰিষদৰ বিশেষ কৰ্মকৰ্তা সন্মিলনত উপস্থিত হৈ এই মন্তব্য অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ।লগতে বঙাইগাঁও সমষ্টিৰ বিধায়ক গৰাকীয়ে আগন্তুক পঞ্চায়ত আৰু…
ক’লৈ গ’ল বিজেপিৰ ৪২ লাখ সদস্য?
প্ৰতিষ্ঠা দিৱসতে ওলাই পৰিল মুখ্যমন্ত্ৰী বনাম প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সংঘাত !কিয় দলৰ পৰা ইমান দূৰত্ব বৰ্তাই ৰাখিছে ন বিজেপি নেতা-মন্ত্ৰীয়ে?প্ৰতিষ্ঠা দিৱস কিয় বৰ্জন কৰিলে ন-বিজেপিয়ে ?দিল্লী-দিছপুৰত চৰকাৰ থকাৰ পিছতো কিয় ফ্লপ হ’ল শাসকীয় দলটোৰ…