সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজ্য

হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত নিয়ন্ত্ৰণহীন বিজ্ঞাপন প্ৰদানৰ সিদ্ধান্ত

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে সপ্তাহে সপ্তাহে অনুষ্ঠিত কৰা কেবিনেট বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰে ? মেল মিটিঙত পিঠা লাৰু খোৱাৰ পৰা আৰম্ভ কৰি মধ্যাহ্ন ভোজনত তিনিটা কনী দিয়ালৈকে এশ এবুৰি সিদ্ধান্ত লোৱা হয়…

১০ লাখ লোকৰ জীৱন-জীৱিকাক উপেক্ষা মুখ্যমন্ত্ৰীৰ !

মুখ্যমন্ত্ৰীৰ কাষত এজন বিশেষ লোক !কিয় গাৰ ছাঁৰ দৰে থাকে এই লোকজন?ৰাজ্যত সলনি হ’ল মুখ্যমন্ত্ৰী !নতুন মুখ্যমন্ত্ৰীয়ে সলাই পেলালে সকলো !গাওঁবোৰ নগৰ হ’ল,মহকুমাবোৰ উপ -জিলা হ’ল !মুঠতে সকলো সলনি হ’ল !সলনি হ’ল মুখ্যমন্ত্ৰীৰ সাংগোপাংগও !সলনি হ’ল…

গুৱাহাটীত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰথম ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

২০ আগষ্ট তাৰিখে অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত ভগৱতী প্ৰসাদ বৰুৱা ভৱনত 'অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ' প্ৰথম ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা বৰ্ণাঢ্য আয়োজনেৰে অনুষ্ঠিত হয়।অসমৰ ২৯ খন জিলাৰ জিলা সমিতি সমূহৰ সভাপতি- সম্পাদক, বিশেষভাৱে আমন্ত্ৰিত…

বজাৰত অদৃশ্য শক্তি! কৃষকে ২০ টকাত বিক্ৰী কৰা পাচলি বজাৰত কেনেকৈ বিক্ৰী হ’য় ১০০ টকাত?

ছয় মাইলৰ এখন পাচলিৰ দোকানত গ্ৰাহকৰ বেশত উপস্থিত হ’ল দ্য ক্ৰছকাৰেণ্টৰ সাংবাদিক৷ দোকানৰ গৰাকীক সোধা গ’ল পাচলিৰ দাম৷ দোকানীয়ে ক’লে, লেছেৰা ১০০ টকা কিলো৷ এক পোৱাত ৩০ টকা৷ জিকা ৭০ টকা কিলো৷ সাংবাদিকৰ গোপন কেমেৰাত বন্দী হৈ ৰৈছে সেই…

অধিকাৰ থাকিলেই নহ’ব, জানিবও লাগিব ইয়াৰ প্ৰয়োগ !

'নজনাৰ দোষতে বহু সময়ত বিভিন্নজন লোক বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। যাৰ বাবেই প্ৰতিগৰাকী লোকে অন্ততঃ নিজৰ অধিকাৰখিনি জানিবলৈ কিছু অধ্যয়ন কৰা প্ৰয়োজন। কাৰণ, অধ্যয়ন অবিহনে সমাজৰ উত্তৰণ কেতিয়াও সম্ভৱ নহয়।'---- কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত…

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ সম্বন্ধীয় কৰ্মশালা

মানৱ অধিকাৰ ভংগ হোৱাৰ ধাৰাবাহিক ঘটনা সংঘটিত হৈ থকাৰ মাজতে কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত কাজিৰঙাত অনুষ্ঠিত কৰা হৈছে এখনি আলোচনা চক্ৰ। অহা ১৩ আগষ্টত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই আলোচনা চক্ৰত জনগণৰ মৌলিক অধিকাৰ সম্বন্ধেও আলোচনা কৰা…

ডাবল ইঞ্জিন বিকল,দোষ কিন্তু কংগ্ৰেছৰ !

মণিপুৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ সন্দৰ্ভত লোকসভাত মঙলবাৰে বক্তব্য ৰাখে কলিয়াবৰৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ।মণিপুৰক লৈ মন্তব্য ৰাখি তেওঁ মণিপুৰ সম্পৰ্কত প্ৰধানমন্ত্ৰী মোডীৰ নীৰৱতাক লৈ প্ৰশ্ন কৰিছিল।কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন কৰিছিল।কিন্তু…

হায়দৰাবাদত জন্মাষ্টমী উপলক্ষে অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ ভাওনা প্ৰদৰ্শনৰ আয়োজন

পূৰ্বৰ বছৰৰ দৰেই চলিত বৰ্ষটো হায়দৰাবাদস্থিত অসমীয়া সাংস্কৃতিক গোষ্ঠীয়ে দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ আয়োজন কৰিছে। শ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ লগত সংগতি ৰাখি অসমীয়া সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত হায়দৰাবাদস্থিত শ্ৰী শ্ৰী চাই…

EXCLUSIVE: অসম চুক্তিৰ ৬ নং দফাৰ দায়িত্ব নলয় কেন্দ্ৰই

বিশেষ প্ৰতিবেদনঃ ‘‘অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰাৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ’’ - এই বক্তব্যৰে অসমীয়া জাতিৰ বহু আকাংক্ষিত ‘সাংবিধানিক ৰক্ষাকৱচ’ক লৈ চৰম প্ৰতাৰণা কৰিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ এক আৰ টি…

এদেও দুদেও লোটা নিয়াৰ চেও বিজেপিৰ !

৬০০ বছৰীয়া আহোম ৰাজত্বৰ শৌৰ্য্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ ঐতিহ্যত ঘূণে ধৰিছে৷লাচিত বৰফুকনক হিন্দু বীৰ বুলি উল্লেখ কৰি এক ঠেক গণ্ডীৰ মাজলৈ অনাৰ চেষ্টা চলাইছে বিজেপিয়ে।মঙলবাৰে নলবাৰী বিজেপিয়ে সামাজিক মাধ্যমত মহান বীৰ লাচিত বৰফুকনক হিন্দু…