সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

মহাপৰাক্ৰমী’ হিমন্ত বিশ্ব শৰ্মালৈ আঙুলি মণিপুৰীৰ !

হিমন্ত কোন? এই প্ৰশ্ন আমাৰ নহয়। এই প্ৰশ্ন উত্থাপন হৈছে মনিপুৰৰ পৰা। সংঘাতজৰ্জৰ মনিপুৰে এতিয়া প্ৰশ্ন কৰিছে, হিমন্ত বিশ্ব শৰ্মা কোন? মনিপুৰৰ জনপ্ৰিয় কাকত 'ইম্ফল ফ্ৰী প্ৰেছ'ৰ সম্পাদকীয়ত উষ্মাৰে সোধা হৈছে, হিমন্ত কোন? সম্পাদকীয়টোত লিখিছে, আমি…

২৩ জুনৰ পাটনাত বিৰোধীৰ ৰণচালি

কৰ্ণাটক নিৰ্বাচনত পৰাজয় , অস্তাচলত মোদীৰ মেজিক , আৰ এছ এছৰ কঠোৰ সকীয়ণি , তাৰ মাজতেই এইবাৰ চাৰিওদিশৰ পৰাই বিজেপি ঘেৰি ধৰাৰ প্ৰস্তুতি বিৰোধীৰ।জুন মাহতেই পাটনাত আৰম্ভ হ’ব বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ ৰণচালি। তাৰিখ ২৩ জুন । স্থান -পাটনা , বিহাৰ…

মোদীৰ মেজিক , মোদীৰ চমক শেষ’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চমক শেষ । কেৱল মোদীৰ ভৰষাত আৰু হিন্দুত্বৰ বলত বিজেপিয়ে জিকিব নোৱাৰিব নিৰ্বাচন । আৰএছ এছৰ মুখপত্ৰ অৰ্গেনাইজাৰত এই সকীয়ণি প্ৰকাশ পোৱাৰ পাছতেই হাহাকাৰ লাগিছে বিজেপি শিবিৰত ।শংকিত বিজেপিয়ে এইবাৰ অহংকাৰ এৰি পুৰণি…

বিদ্যুতৰ অত্যধিক মাচুলত ভাৰাক্ৰান্ত জনতা !

সাত পুৰুষত নাই গাই,কৰীয়া লৈ খিৰাবলৈ যায় ! মন্ত্ৰী-বিধায়কৰ মন্তব্য শুনিলে এনে আপ্তবাক্যই চাগৈ আপোনাৰ মনলৈ আহে !বিদ্যুতৰ অত্যধিক মাচুলত ভাৰাক্ৰান্ত জনতা !ত্ৰাহিমধুসূদন সোঁৱৰিছে জনতাই! তাতে আকৌ বিধানসভাৰ অধ্যক্ষ,মন্ত্ৰীৰ উদ্ভট মন্তব্য !…

চাহ খায় কৰা চৰ্চা বিফল,এইবাৰ টিফিন খাব বিজেপিয়ে !

২০২৪ চনৰ লোকসভা নিৰ্বাচন সমাগত। নিৰ্বাচনলৈ মাজত আছে প্ৰায় ন মাহ। এই নিৰ্বাচনৰ বাবে শাসকীয় বিজেপিয়ে ইতিমধ্যে কঁকালত বান্ধিছে টঙালি। লগতে আৰম্ভ কৰিছে ৰণনীতি প্ৰস্তুতৰ কাম। সোমবাৰে নিশাৰ পৰা মঙলবাৰৰ পুৱালৈকে প্ৰায় দহ ঘণ্টা লোকসভা নিৰ্বাচনৰ…

ড্ৰীমগাৰ্লে Bye Bye দিব বিজেপিক !

২০২৪ লৈ মনত পৰিলেই টেনচন বাঢ়ে বিজেপিৰ।কাৰণ প্ৰতিখন ৰাজ্যতেই বিজেপিৰ গতিগোত্ৰ ভাল নহয়।বিজেপি শাসিত ৰাজ্যবোৰত নবিজেপি আৰু পুৰণি বিজেপিৰ মাজত আৰম্ভ হৈছে তীব্ৰ বিসম্বাদ। মধ্য প্ৰদেশ,তেলেংগানা,অসম,মণিপুৰ,ত্ৰিপুৰা,ৰাজস্থান সকলোতে বিজেপি নেতৃত্বৰ…

দুৰ্নীতিৰ বোকাত পোত গৈছে মুখ্যমন্ত্ৰীৰ শুৱালকুচি !

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল PMAYৰ নামত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপন হৈছে খোদ মুখ্যমন্ত্ৰীৰ শুৱালকুচিত।প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হৈছে কামৰূপৰ হাজো উন্নয়ন খণ্ডত। ৮৪ নং লাহ ,কয়াটোল,…

মূলসুঁতি লৈ উভতি পস্তাইছে উগ্ৰপন্থীয়ে !

হাইলাকান্দিৰ আত্মসমৰ্পনকাৰী উগ্ৰপন্থী সকলৰ ক্ষোভ ।৬ মাহ পিছতো পূৰণ নহল দাবী ।১২ ডিচেম্বৰ ২০২২ । সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি জীৱনৰ মূল সূঁতি লৈ উভতি আহিছিল বৰাক উপত্যকাৰ দুটা উগ্ৰপন্থী সংগঠন ।১৬ বছৰীয়া সংগ্ৰামৰ অন্তত অস্ত্ৰ সমৰ্পন কৰিছিল ব্ৰু…

বিজেপিৰ বিৰুদ্ধে এজনেই প্ৰাৰ্থী হ’ব বিৰোধীৰ !

লোকসভা নিৰ্বাচনৰ সময়ত হ’বলগীয়া মিত্ৰতাক লৈ অসমত তৎপৰতা ইতিমধ্যে আৰম্ভ হৈছে।মিত্ৰতাৰ বিষয়টো আলোচনা কৰিবলৈকে তেজপুৰত কংগ্ৰেছৰে বহিল অজাপ – ৰাইজৰ দল। মিত্ৰতাৰ বল এতিয়া কংগ্ৰেছৰ কোৰ্টত । মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিব পাৰিবনে কংগ্ৰেছে ?সমাগত লোকসভা…

অতি দৰ্পে হত বিজেপি !

বাৰিষাৰ খহনীয়াৰ দৰেই খহিছে অসম বিজেপি !ৰাজ্যৰ জিলাই-জিলাই বিজেপিত অন্তঃকন্দল ! বাৰিষাৰ লুইতৰ গৰা খহাদি খহিয়েই আছে অসম বিজেপি।এইবাৰ বজালী বিজেপিত জ্বলিছে বিসম্বাদৰ জুই। নলবাৰী, বঙাইগাঁও, হোজাই, যোৰহাট, গোৱালপাৰা, শিৱসাগৰৰ পাছত এইবাৰ বজালীত…