Browsing Category
ৰাজনীতি
দেশত বিলাহী কিনিলে ,নিব লাগিব ‘বন্দুকো’ !
২০১৪ চনত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ক্ষমতালৈ আহিল বিজেপি চৰকাৰ।মোডীৰ নেতৃত্বত চৰকাৰ অহাৰ পৰাহে দেশত উন্নয়ন হোৱা বুলি দাবী কৰি আহিছে বিজেপিয়ে।স্বাধীনতাৰ পিছৰ ৭০ বছৰত কংগ্ৰেছে একোৱেই নকৰিলে বুলি অভিযোগ কৰি অহা বিজেপিৰ দিনত আকৌ মূল্যবৃদ্ধিয়ে…
নিজৰ নাক কাটি বিৰোধীৰ যাত্ৰা ভংগ কৰিব আপে ?
আম আদমি পাৰ্টিয়ে বিৰোধী ঐক্যত নথকাটো এতিয়াও স্পষ্ট কৰা নাই যদিও কিন্তু কাৰ্যক্ষেত্ৰত দলটোৱে ঐক্যবদ্ধ বিৰোধীৰ পৰা কিছু দূৰত্ব বৰ্তাই ৰাখিছে। দলটোৰ শেহতীয়া কাৰ্যকলাপ চাই এনে লাগিছে যেন দলটোৱে নিজাববীয়াকৈ নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা আগবঢ়োৱাটো…
মণিপুৰ জ্বলিছে, অসম ডুবিছে অথচ বাইডেনৰ পত্নীলৈ হীৰাৰ আঙঠি !
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছে আমেৰিকাত।অথচ দেশৰ নাগৰিকৰ আৰ্তনাদ শুনিবলৈ সময় নাই প্ৰধানমন্ত্ৰী মোডীৰ।অসমৰ সন্মান গামোচা ডিঙিত লৈ অসমৰ মানুহক বাৰে-বাৰে আভুৱা ভৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…
কথা বেছি কোৱা বাবেই বিপদত পৰে নেকি প্ৰধানমন্ত্ৰী?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিউজ নেশ্যনৰ এটা সাক্ষাৎকাৰত তেওঁৰ টেকনলজীৰ প্ৰতি থকা আগ্ৰহৰ বাবে ১৯৮৭ চনতেই ইমেইল ব্যৱহাৰ কৰা বুলি উল্লেখ কৰিছিল।কিন্তু মোডীক বাদ দি সমগ্ৰ দেশত প্ৰথম ইমেইল ব্যৱহাৰ হৈছিল ১৯৯০ চনৰ পিছতহে।মোডীয়েই একমাত্ৰ ব্যক্তি…
টেনচন বাঢ়িছে বিজেপিৰ !
বিগত ৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা বিজেপিৰ বাবে আছিল এক প্ৰচণ্ড মূৰৰ কামোৰণি।ভাৰত জোড়ো যাত্ৰাই জনতাৰ লগত এক নিকট সম্পৰ্ক স্থাপনত সহায় কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক।ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা দিল্লীত প্ৰৱেশৰ সময়তে আনকি…
চৰকাৰী কৌশল : শাসকৰ স্বাৰ্থত জিলাই জিলাই সমষ্টিৰ সংখ্যা হ্ৰাস আৰু বৃদ্ধি
অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত । অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে সমষ্টি পুনৰ নিৰ্ধাৰন আইন ২০০২ অনুসৰি । এই আইন অনুসৰি , সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ কৰা হয় ২০০১ চনৰ লোকপিয়ল অনুসৰি । সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰতিখন জিলাত কিমান…
পুনৰ হাতময় হ’ব ৰাজস্থান !
ৰাজস্থানত অহা নবেম্বৰ মাহত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷বৰ্তমান ৰাজস্থানৰ শাসনত থকা কংগ্ৰেছ দল দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহিব বুলি আশাবাদী। আগন্তুক বিধানসভাৰ নিৰ্বাচনকলৈ মুখ্যমন্ত্ৰী অশোক গেহলটে প্ৰস্তুত কৰিছে এক সুকীয়া ৰণ কৌশল !গেহলটৰ…
বিৰোধীৰ বৈঠকৰ বাবেই ED ৰ তালাচী !
বিহাৰৰ পাটনাত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰতীক্ষিত বৈঠকৰ আগমুৰ্হুতত দেশৰ আয়কৰ বিভাগ আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে ৰাজ্যখনৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী তথা বিল্ডাৰ অজয় কুমাৰ সিনহাৰ বাসগৃহত তালাচী চলাইছে। উল্লেখ্যযে বিল্ডাৰগৰাকী বিহাৰৰ বিত্তমন্ত্ৰী…
মোডীৰ ভ্ৰমণক লৈ অসন্তুষ্ট আমেৰিকাৰ ছিনেটৰ !
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তেওঁৰ ৯ বছৰীয়া কাৰ্যকালত প্ৰথমবাৰৰ বাবে চৰকাৰী ভ্ৰমণসূচীৰে যোৱা নিশা আমেৰিকাত উপস্থিত হয় ।প্ৰধানমন্ত্ৰী মোডীৰ আমেৰিকাৰ ভ্ৰমণক লৈ দেশখনত যিমান লোক উৎসাহিত হৈছে ,তাৰ বিপৰীতে তেওঁৰ ভ্ৰমণৰ বিৰোধিতা কৰা লোকৰ সংখ্যাও…