Browsing Category
মতামত
২১’ত চাই ল’ম-বুলন কুমাৰ শইকীয়া
"আছুৰ নেতৃত্বক সাক্ষী কৰি এচাম খ্যাতি সম্পন্ন শিল্পীয়ে ২০২১ত শাসকীয় দলক চাই ল’ম বুলি হুংকাৰো দিছিল ৷ প্ৰতিবাদী মঞ্চৰ পৰা সৰ্বা হিমন্তক উদ্দেশ্যি থুই পেলোৱা হৈছিল ৷ দুই জনৰ অহিত কামনাৰে খেনোৱে গোসাঁই ঘৰত চাকি দিয়াৰ কথাও ৰাজহুৱাকৈ ঘোষণা…
“পৰিৰ্বতিত ব্যৱস্থা আৰু আগ্ৰাসী সময়”
“নতুন প্ৰজন্মটোৱে বিশ্বায়নৰ মোকাবিলা কৰিছে কেনেকৈ? এফালে নৈতিকতা, আৰু আনফালে বিশ্বায়ন, এই দুই দন্দ্বৰ মাজত পাৰিছেনে অৰ্থনৈতিক, সামাজিক অথবা সাংস্কৃতিক পুঁজি সংগ্ৰহ কৰিব? আচলতে এই তিনিওবিধ পুঁজিকে বিশ্বায়নে প্ৰত্যক্ষভাৱে হস্তগত কৰি পেলালে ।…
NEP 2020: A novice’s reading of the document
Nayani Sarma
The vantage point of all the major contemporary discussions, government policies and
academic research on education reforms in India has been that the entire education system in
India is in a state of crisis. It is in this…
পেছাদাৰীসমাজক উচ্ছেদ কৰা প্ৰয়োজন
"জনস্বাস্থ্যৰ প্ৰত্যাহ্বানেই চাগে ক’ৰ’না মহামাৰীয়ে আমাৰ সন্মুখলে আনি দিয়া প্ৰত্যাহ্বানবিলাকৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। বিভিন্ন মাধ্যমত ইয়াৰ চৰ্চা হৈ আছে। কিন্তু জনস্বাস্থ্যৰ মৌলিক কাঠামোগত সমস্যাবিলাক তুলি আনি জনমানসত প্ৰবল সমালোচনাত্মক…
সাম্প্ৰতিক (২): শত্ৰু কোন?
"দৰাচলতে, আজি আমি সকলোৱে এই কথা অতি স্পষ্টকৈ বুজি পাব লাগে যে বিজেপি–আৰ.এছ.এছ. হৈছে অসমবাসী ৰাইজৰ সামূহিক স্বাৰ্থৰ প্ৰতি, অসমৰ জন-জীৱনৰ প্ৰতি ভাবুকি, আৰু জাতি–মাটি–ভেটিৰ এই শত্ৰুক আমি পুলিয়ে-পোখাই উভালিবলৈ একগোট আৰু বদ্ধপৰিকৰ হোৱাৰ সময়…
EIA 2020: Slackening the Process of Environmental Clearance
"As the north east India has been witnessing serious environmental threats due to rapid industrialisation as well as mining exploration, the citizen of this region should immediately submit their responses and objection to this…
ক’ৰ’না-পৰৱৰ্তী ভাৰতবৰ্ষ আৰু পুঁজিবাদৰ বিকল্প
ক'ৰ'না-পৰৱৰ্তী ভাৰতবৰ্ষ আৰু পুঁজিবাদৰ বিকল্প -
লিখিছে-সৌৰভ শইকীয়া, কটন বিশ্ববিদ্য়ালয়
২০২০ চনৰ আৰম্ভণিতে মানৱজাতিয়ে এক বিশ্বব্যাপী দুৰ্যোগৰ মুখামুখি হ'ল। ইয়াক মানৱৰ বিৰুদ্ধে "প্ৰকৃতিৰ ভাইৰাছ যুদ্ধ" আখ্যা দিলেও বঢ়াই কোৱা নহ'ব। তৃতীয়…
দুৰ্যোগৰ ভূগোল-জুৰি বৰুৱা
প্ৰাকৃতিক এখন নদীক প্ৰাকৃতিক ভাৱেই বোৱাই ৰাখিব পাৰি, ৰাজনৈতিক ভাৱে নহয়৷
জুৰি বৰুৱাৰ কলমত দুৰ্যোগৰ ভূগোল
বানপানী প্ৰতি বছৰে অসমৰ প্ৰাকৃতিক মেপখনৰ এক ৰাজহুৱা প্ৰতিবেদন হ'লেও ২০২০ বৰ্ষত ইয়াৰ প্ৰভাৱ আগতকৈও তীব্ৰ । প্ৰথম কাৰণ, ইতিমধ্যে…
দহটকীয়া সাম্ৰাজ্যৰ ৰাণী
ৰাহুল গৌতম শৰ্মাৰ কলমত-দহটকীয়া সাম্ৰাজ্যৰ ৰাণী
অখিল গগৈ এতিয়া হাস্পতালত। সেইদিনা এম্বুলেঞ্চৰ পৰা অখিল গগৈ নামি আহোঁতে, শেষ বিচাৰত মানুহক মানুহ হিচাপে চাব বিচৰা সকলোৰেই অন্তৰ শোকে খুন্দা মাৰি ধৰিছিল। বিজেপি সদস্যৰো। মুকলিকৈ ক’বলৈ তেওঁলোকৰ…
দায়ী কোন? জবাবদিহি কোন?
"দোষ বা অপৰাধো চৰকাৰেই কৰিব, আৰু কোনোবাই তাৰ বিৰুদ্ধে মাত মাতিলেই বা প্ৰতিবাদ কৰিবলৈ গ’লেই ভুৱা গোচৰ তৰি তিল তিলকৈ মৰিবলৈ ৰাজনৈতিক বন্দী কৰি কাৰাগাৰত ৰাখিব৷ এয়াই আমাৰ ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰতিভূ চৰকাৰৰ চৰিত্ৰ বা স্বৰূপ৷"বিশ্বজিৎ বৰাৰ কলমত:দায়ী…