সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

এক্সক্লুছিভ

World’s largest dam on Brahmaputra: ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে আৰম্ভ কৰিলে বিশ্বৰ সৰ্ববৃহৎ বান্ধৰ…

বৰলুইতক ভেটিবলৈ আৰম্ভ কৰিলে ৰঙা চীনে। ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে আৰম্ভ কৰিলে বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য (World's largest dam on Brahmaputra)। তিব্বতত নদীবান্ধ নিৰ্মাণত শংকিত অৰুণাচল, অসম, বাংলাদেশ। ব্ৰহ্মপুত্ৰক লৈ চীনৰ ভাবুকি…

ঠিকাদাৰ-বিল্ডাৰৰ সৈতে গোপন নেক্সাচ নেকি আমোলা-বিষয়াৰ? কোনে সুৰক্ষা দিছে বিল্ডাৰ অনিল কুমাৰ শর্মাৰ…

গৌতম প্ৰতিম গগৈ চর্ত আৰু নীতি উলংঘনেৰে নির্মাণ কার্য চলাই পৰিৱেশতন্ত্ৰলৈ ভয়াৱহ সংকট নমাই আনিছে একাংশ ঠিকাদাৰ-বিল্ডাৰে৷ উত্তৰ গুৱাহাটীত প্ৰায় ৩০ বিঘা ভূমিত নির্মিত আর্য স্মাট লিভিং প্ৰকল্প ৰুপায়ণত হোৱা চর্ত আৰু নীতিৰ চৰম উলংঘাক লৈ ইতিমধ্যে…

পৰিৱেশ বিধিৰ চৰম উলংঘন- বিল্ডাৰে কেনেকৈ সংকট নমাই আনিছে পৰিৱেশলৈ?

গৌতম প্ৰতিম গগৈ বৃহৎ বৃহৎ ৰিয়েল ইষ্টেট প্ৰকল্পত কেৱল আইনৰেই উলংঘন নহয়, নির্মাণ কার্যত পৰিৱেশ সম্পর্কীয় বিধি উলংঘাৰো উদ্বেগজনক ছবি উন্মোচিত হৈছে 'দ্য ক্ৰছকাৰেণ্ট'ৰ অনুসন্ধানত৷ এফালে ফ্লাইঅ’ভাৰকে ধৰি বিভিন্ন নির্মাণ কার্যৰ বাবে বনধ্বংস…

Opposition Alliance in Assam: এন ডি এৰ পৰা কি শিকা উচিত গৌৰৱ গগৈয়ে?

বিৰোধী মিত্ৰতা (Opposition Alliance in Assam)ক লৈ ৰহস্যজনক স্থিতিত আছে প্ৰদেশ কংগ্ৰেছ৷ মিত্ৰতাৰ প্ৰসংগত মুখ নোখোলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে৷ তেওঁ এতিয়ালৈ দিয়া নাই কোনো স্পষ্ট বাৰ্তা৷ ৰাজ্যৰ বিৰোধী দলসমূহে মিত্ৰতা সন্দৰ্ভত…

পৰিৱেশৰ ক্ষতি কৰিছে আইন উলংঘাকাৰী প্ৰকল্পই, গুৱাহাটীৰ নির্মাণকাৰী প্ৰতিষ্ঠানক সেউজ ন্যায়াধীকৰণৰ…

গৌতম প্ৰতিম গগৈ পৰিৱেশক ক্ষতি কৰি নির্মাণ কার্য চলোৱাৰ অপৰাধত দণ্ডিত হৈছে বিল্ডাৰ৷  পৰিৱেশৰ ক্ষতি কৰাৰ অপৰাধত বিল্ডাৰক পৰিৱেশ ক্ষতিপূৰণ ভৰিবলৈ নির্দেশ দিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে৷ অসমৰ ইতিহাসত হয়তো প্ৰথমবাৰলৈ সংঘটিত হৈছে এনে ঘটনা৷…

গুৱাহাটীত আইন উলংঘনেৰে ফ্লেটৰ বেহা, হিম্মৎসিংকাই কেনেকৈ উলংঘা কৰে আইন?

গৌতম প্ৰতিম গগৈ গুৱাহাটী মহানগৰত পৰিৱেশ সম্পর্কীয় বিধি উলংঘাৰে বৃহৎ বৃহৎ অট্টালিকা নির্মাণ আৰু চৰকাৰী আইন উলংঘাৰে ফ্লেট বেচা-কিনাৰ তথ্য পোহৰলৈ আহিছে 'দ্য ক্ৰছকাৰেণ্ট'ৰ এক অনুসন্ধানত৷ ৰিয়েল ইষ্টেট ৰেগুলেট’ৰী এণ্ড ডেভেলপমেণ্ট এক্ট 2016 ৰ…

Real Story of Real Estate: আইন উলংঘনেৰে গুৱাহাটীত ফ্লেট নির্মাণ, প্ৰবঞ্চনাৰ জাল পাতি সাজু ক্ষমতাশালী…

গৌতম প্ৰতিম গগৈ পৰিৱেশ সম্পর্কীয় বিধি উলংঘনেৰে গুৱাহাটীত নির্মাণ হৈছে বৃহৎ বৃহৎ অট্টালিকা-বৃহৎ বৃহৎ আৱাসিক প্ৰকল্প৷ পৰিৱেশ সম্পর্কীয় বিধিৰ চৰম উলংঘনে ভয়াৱহ সংকটৰ আশংকা নমাই আনিছে গুৱাহাটী মহানগৰলৈ৷ তাৰ মাজতে যাৱতীয় আৰু নীতিগত প্ৰক্ৰিয়া…

পুৱতি নিশা ম্যানমাৰৰ আলফা(স্বাধীন)ৰ শিবিৰত ভয়ংকৰ আক্ৰমণ; নিহত তিনি জ্যেষ্ঠ নেতা

ম্যানমাৰৰ ঘন জংঘলত নিৰাপদ স্থান বুলি ভবা আলফা (স্বাধীন)ৰ শিবিৰত চলিল ভয়ংকৰ আক্ৰমণ। দেওবাৰৰ পুৱতি নিশা ড্ৰোন আক্ৰমণত তচনচ হৈ পৰিল বিদ্ৰোহী সংগঠনটোৰ চাৰিটাকৈ শিবিৰ। ডেৰশৰো অধিক ড্ৰোন আক্ৰমণত ৭৭৯ আৰাকান কেম্প,ৱাকাথান কেম্প,হয়াত কেম্প আৰু…

অসমীয়া ভাষা সংখ্যালঘু ভাষা হ’ব নেকি?

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰাৰ পাছতো আমি শংকিত হৈছো যে অসমীয়া ভাষাটো সংখ্যালঘু ভাষাত পৰিণত হব নেকি? স্বতন্ত্ৰতা আৰু মৌলিকতা সাব্যস্ত কৰি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যদা আদায় কৰাৰ পাছতো কোনোবাই কিয় ভাবুকি প্ৰদান কৰিব পাৰিছে…

নেতা-মন্ত্ৰীৰ সম্পত্তিয়ে জোকাৰিছে শাসক দলৰ ভেটি-মাটি, এইবাৰ Tuliram Ronghang-এ শ’লঠেকত পেলাইছে…

মন্ত্ৰী, বিধায়ক আৰু নেতাৰ সীমাহীন সম্পত্তিয়ে এতিয়া জোকাৰিছে শাসকীয় দল বিজেপিৰ ভেটি মাটি৷ প্ৰথমতে মুখ্যমন্ত্ৰী, তাৰ পাছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু এইবাৰ কাৰ্বি আংলঙ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ (Tuliram…