সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

গ্ৰাউণ্ড জিৰ’

Real Story of Real Estate: আইন উলংঘনেৰে গুৱাহাটীত ফ্লেট নির্মাণ, প্ৰবঞ্চনাৰ জাল পাতি সাজু ক্ষমতাশালী…

গৌতম প্ৰতিম গগৈ পৰিৱেশ সম্পর্কীয় বিধি উলংঘনেৰে গুৱাহাটীত নির্মাণ হৈছে বৃহৎ বৃহৎ অট্টালিকা-বৃহৎ বৃহৎ আৱাসিক প্ৰকল্প৷ পৰিৱেশ সম্পর্কীয় বিধিৰ চৰম উলংঘনে ভয়াৱহ সংকটৰ আশংকা নমাই আনিছে গুৱাহাটী মহানগৰলৈ৷ তাৰ মাজতে যাৱতীয় আৰু নীতিগত প্ৰক্ৰিয়া…

ALLEN EXPOSED: বিদ্যালয়লৈ নোযোৱাকৈ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত বহিছে শিক্ষাৰ্থী

বজাৰত পৰিণত ৰাজ্যৰ শিক্ষা ব্যৱস্থাঃ কোচ্চিং ইনষ্টিটিউট – ব্যক্তিগত শিক্ষানুষ্ঠানৰ NEXUS বিদ্যালয়ত পাঠদানৰ পৰিৱৰ্তে ‘এলেন’ত কোচ্চিংঃ দুয়ো পক্ষৰ মাচুলৰ মাধমাৰ গৌতম প্ৰতিম গগৈ শেহতীয়া ‘নীট’ কেলেংকাৰীৰ পাছতেই সন্দেহৰ আৱৰ্তত…

EXCLUSIVE : কোভিড ভেকচিন মৃত্যুদূত আছিল নেকি ?

গৌতম প্ৰতিম গগৈ বহুতৰ বাবে মৃত্যুদূত হৈ পৰিছে নেকি কোভিড ভেকচিন? কোভিশ্বিল্ড ভেকচিনৰ পৰা গুৰুতৰ পার্শ্বক্ৰিয়া সংঘটিত হ'ব পাৰে বুলি ইংলেণ্ডৰ আদালতত স্বীকাৰোক্তি দিছে প্ৰস্তুতকাৰী প্ৰতিষ্ঠান AstraZeneca-য়ে৷  কিন্তু  ভেকচিন লোৱাৰ…

বিমান বিলাসঃ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতিক্ৰিয়া আৰু আমাৰ প্ৰত্যাহ্বান

‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’য়ে প্ৰকাশ কৰা মুখ্যমন্ত্ৰীৰ বিমানযাত্ৰা সম্পৰ্কীয় বাতৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতিটো প্ৰতিক্ৰিয়া সন্দৰ্ভত আমাৰ উত্তৰ আগবঢ়োৱা হ’ল -…

Exclusive: ৰাজকোষৰ ধনেৰে হেলিকপ্টাৰত উঠি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ বিশেষ অনুসন্ধান সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা, গৌতম গগৈ গুৱাহাটী, নতুন দিল্লী, ০৩ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ অৰ্থনীতিক ডেৰ লাখ কোটি টকাৰ ঋণত ডুবাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা…

ডিমা হাচাওত কাৰ বাবে অপৰিহাৰ্য হৈ পৰিছে দেবোলাল গাৰ্লোচা?

কেৱল আৰু কেৱল মাত্ৰ সন্দেহৰ ভিত্তিত ইজনৰ পাছত সিজন অসমীয়া যুৱক এনকাউণ্টাৰৰ সন্মুখীন হৈছে ৷ আৰক্ষীৰ গুলীত আহত হৈছে বহু অসমীয়া যুৱক ৷ কিন্তু কঠোৰতাৰ পৰিচয় দিয়া এইখন চৰকাৰৰ দিনত এজন চাৰ্জশ্বীটেড অভিযুক্তই ৰাজভোগ কৰি থকাৰ সুবিধা লাভ কৰিছে ৷…

কোন নেতাক হাতত লৈ দেবোলাল বাহিনীৰ ভূমি দখল অভিযান?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মাটি দালাল, দালালক সহযোগ কৰা চৰকাৰী বিষয়া–কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে অভিযান ৷ কিন্তু সেই একেগৰাকী মুখ্যমন্ত্ৰীৰ চকুৰ সন্মুখতে এতিয়া পাহাৰীয়া জিলা ডিমা হাচাওত চলিছে হাজাৰ হাজাৰ বিঘা চৰকাৰী…

বজাৰত অদৃশ্য শক্তি! কৃষকে ২০ টকাত বিক্ৰী কৰা পাচলি বজাৰত কেনেকৈ বিক্ৰী হ’য় ১০০ টকাত?

ছয় মাইলৰ এখন পাচলিৰ দোকানত গ্ৰাহকৰ বেশত উপস্থিত হ’ল দ্য ক্ৰছকাৰেণ্টৰ সাংবাদিক৷ দোকানৰ গৰাকীক সোধা গ’ল পাচলিৰ দাম৷ দোকানীয়ে ক’লে, লেছেৰা ১০০ টকা কিলো৷ এক পোৱাত ৩০ টকা৷ জিকা ৭০ টকা কিলো৷ সাংবাদিকৰ গোপন কেমেৰাত বন্দী হৈ ৰৈছে সেই…