সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

শিক্ষা-প্ৰযুক্তি

আদৰ্শ বিদ্যালয়ৰ নামত ভেল্কিবাজী হিমন্ত চৰকাৰৰ

চাহ বাগিচাৰ এলেকাত আদৰ্শ বিদ্যালয়ৰ নামত চৰকাৰে নিৰ্মাণ কৰিব কেৱল গৃহ।শিক্ষক নিযুক্তি দিব পূৰ্বে প্ৰাদেশীকৃত বিদ্যালয়ত শিক্ষকতা কৰি থকা শিক্ষকক।কিন্তু সেইসমূহ প্ৰাদেশীকৃত বিদ্যালয়ত পাঠদান কৰিব কোনে?আদৰ্শ বিদ্যালয় নিৰ্মাণৰ নামত ভেল্কিবাজী…

পূৰ্বে মধ্যবিত্তই কেইবাৰ গৈছিল ৰেষ্টুৰেণ্টলৈ?

দুবছৰত খাদ্য তেলৰ দাম দুগুণ বৃদ্ধি পালে।ষ্টেশ্যনেৰী সামগ্ৰীৰ দাম দাম বৃদ্ধি পালে দেৰগুণ।টিভিত ৬০ শতাংশ,মোবাইল ৰিচার্জত ৫০ শতাংশ মূল্য বৃদ্ধি পালে যোৱা দুটা বছৰত।কোভিড মহামাৰীৰ পাছত সমগ্ৰ পৃথিৱীতে এতিয়া মূল্য বৃদ্ধিয়ে পাইছেগৈ চৰম…

কলেজত চাকৰি কৰাতকৈ দিন হাজিৰা কৰাই ভাল?

কলেজত চাকৰি কৰাতকৈ দিন হাজিৰা কৰাই ভাল।হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে সুৰ মিলাই কৈছোঁ কলেজত চাকৰি কৰাতকৈ দিন হাজিৰা কৰাই গৌৰৱৰ কথা। আমি কিয় কৈছোঁ এই কথা চাওঁক দ্য ক্ৰছ কাৰেন্ট টেকত---…

হিমন্ত বিশ্ব শর্মাই ৰাখিব নোৱাৰিলে ১৪ শ চাফাই কর্মীৰেই চাকৰি-

২৩ লাখ কিয়,১৪ শ লোকৰে চাকৰি ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে? ৪০ হাজাৰ টেট শিক্ষক নিয়মীয়াকৰণ কিয়, ১৪ শ কর্মীক দিয়া মুখৰ বচনেই ৰাখিব নোৱাৰিলে হিমন্ত বিশ্ব শর্মাই৷ নিবনুৱাই খেদিছে মুখ্যমন্ত্ৰীক৷এক বছৰত এক লাখক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দি বিপদত…

কেজৰিৱাল চৰকাৰে সৃষ্টি কৰিব ২০ লাখ চাকৰি,অসম চৰকাৰে সৃষ্টি কৰিছে এক কোটি হিতাধিকাৰী

আপুনি এটা চাকৰি বিচাৰে,নে আপুনি এজন হিতাধিকাৰী হৈ ৮৩০ টকাৰে মাহটো চলিব বিচাৰে? আপুনি আপোনাৰ সন্তানটিৰ বাবে সংস্থাপন গেৰান্টি বিচাৰে,নে সন্তানটিয়ে চৰকাৰৰ পৰা এখন বুলেট লাভ কৰাটো বিচাৰে? আজি এই প্ৰশ্ন এই বাবেই উত্থাপন কৰিছো,কাৰণ যি সময়ত…

১০ বছৰে কিদৰে বঞ্চনা কৰি অহা হৈছে টেট শিক্ষকক?

অসম বিজেপিৰ ২০১৬ চনৰ ভিজন ডকুমেন্টৰ এটা প্ৰতিশ্ৰুতি৷ভিজন ডকুমেন্টৰ পৃ্ষ্ঠা নম্বৰ ২০ ত সন্নিবিষ্ট আছে এই প্ৰতিশ্ৰুতি৷শিক্ষা সম্পর্কীয় এই প্ৰতিশ্ৰুতিত কোৱা হৈছিল,ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়া হব৷সেই ভিজন ডকুমেন্টৰ পিছত বিজেপিয়ে অসমত…

উচ্চতৰ মাধ্যমিক পাঠ্যক্রমৰ পৰা আঁতৰিল ‘বিহু’

উচ্চতৰ মাধ্যমিক পাঠ্যক্রমৰ পৰা আঁতৰিল বিহু। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্রমৰ পৰা ৰাজ্য চৰকাৰে আঁতৰাই দিলে ঐচ্ছিক বিষয় বিহু। লগতে আঁতৰাই দিলে স্বদেশ অধ্যয়নৰ পাঠ্যক্রম। আনহাতে স্কুলীয়া শিক্ষাত অন্তর্ভুক্ত হ'ল চাৰিটা নতুন ভাষা। তিৱা,…