সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

বাণিজ্য

পেট্ৰ’লৰ দাম আৰু টোলটেক্সৰ বাবে জনতা নামিছে ৰাজপথত

বাঢ়িছে পেট্ৰ’লৰ দাম ৷ বাঢ়িছে টোলটেক্স ৷ ইয়াকে লৈ উত্তাল হৈ পৰিছে ৰাজপথ ৷ কঁপিছে চৰকাৰ ৷ শ্ৰীলংকাৰ পাছত ক’ত উদ্ভৱ হৈছে এই পৰিস্থিতি , চাওক ৰাউণ্ড দ্য ক্লকত – স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে…

ডেৰশ টকাৰে ক্ৰয় কৰক মাহটোৰ বাবে শাক পাচলি!

ভেন্দি ১২০ টকা,জিকা ১৮০ টকা,পটল ১০০ টকা আৰু ভাত কেৰেলা ২৮০ টকা৷ কিন্তু এমাহৰ বাবে শাক পাচলি আৰু ফলমূল কিনিবলৈ এটা পৰিয়ালক চৰকাৰে দিছে মাত্ৰ ডেৰশ টকা৷ বজাৰত জুই,এখন হাস্যকৰ আচনিত পৰিণত হৈছে অৰুনোদয় আচনি৷ দ্য ক্ৰছকাৰেণ্ট এক্সপ্লেইন- …

দেশ দুখীয়া হৈছে, কেনেকৈ ধনী হৈছে বিজেপি আৰু আদানী?

আজিৰ ৰাউণ্ড দ্য ক্লকত আছে তিনিটা বিশেষ ডাঙৰ খবৰ৷ ইয়াৰে দুটা খবৰ বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে নিসন্দেহে অতি ভাল আৰু গৌৰবৰ খবৰ৷ তৃতীয়টো খবৰ দেশৰ বাবেই বেয়া খবৰ৷ চাওঁক ৰাউণ্ড দ্য ক্লক৷- …

ধনী হৈছে চৰকাৰ, দুখীয়া হৈছে কিয় জনতা ?

পেট্ৰ’ল-ডিজেলৰ পৰা চৰকাৰে উপাৰ্জন কৰিলে ৮ লাখ কৌটি টকা, জনতাৰ উপাৰ্জন হ্ৰাস পালে ১ .২৬ লাখৰ পৰা ৯৯ হাজাৰ টকালৈ ৷ জনতাৰ জেপ লুণ্ঠনৰ সবিশেষ খবৰ দ্য ক্ৰছকাৰেন্ট এক্সপ্লেইনত- https://www.youtube.com/watch?v=HzGlNcKjuA4

চুবুৰীয়া ৰাষ্ট্ৰৰ অস্থিৰ পৰিস্থিতিয়ে চিন্তিত কৰি তুলিছে ভাৰতকো

ব্যাপক মূল্যবৃদ্ধিৰ বাবেই অৱশেষত ইস্তাফা দিবলগীয়া হ’ল এখন চৰকাৰে ৷ ইস্তাফা দিলে সম্পূৰ্ণ কেবিনেটে ৷ তাৰ পাছত বিৰোধীক চৰকাৰত চামিল হোৱাৰ অহ্বান ৰাষ্ট্ৰপতিৰ ৷ এই ঘটনা শ্ৰীলংকাৰ ৷ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক সংকটে ভয়াৱহ ৰূপ লৈছে ৷…

পূৰ্বে মধ্যবিত্তই কেইবাৰ গৈছিল ৰেষ্টুৰেণ্টলৈ?

দুবছৰত খাদ্য তেলৰ দাম দুগুণ বৃদ্ধি পালে।ষ্টেশ্যনেৰী সামগ্ৰীৰ দাম দাম বৃদ্ধি পালে দেৰগুণ।টিভিত ৬০ শতাংশ,মোবাইল ৰিচার্জত ৫০ শতাংশ মূল্য বৃদ্ধি পালে যোৱা দুটা বছৰত।কোভিড মহামাৰীৰ পাছত সমগ্ৰ পৃথিৱীতে এতিয়া মূল্য বৃদ্ধিয়ে পাইছেগৈ চৰম…

মূল্যবৃদ্ধিৰ জুই জ্বলিছে কিয় শ্ৰীলংকাত ?

মূল্যবৃদ্ধিৰ জুই জ্বলিছে ৷ লগতে জ্বলিছে জনতাৰ ক্ষোভৰ জুই ৷ পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ২৫৪ টকা , ডিজেলৰ দাম ১৭৬ টকা , প্ৰতিটো এল পি জি চিলিণ্ডাৰ বিক্ৰী হৈছে ৪১১৯ টকা ৷ প্ৰতিকেজি চাউলৰ দাম হৈ পৰিছে ৫০০ টকা পৰ্যন্ত ৷এনে এক ভয়াৱহ পৰিস্থিতিত জনতা…

এয়া স্বাধীন দেশৰ চৰকাৰ নে ব্ৰিটিছ শাসক?

এক এপ্ৰিলৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ বাবে লৈ আহিব ভাল দিন আৰু আশাৰ বতৰা।এপ্ৰিল ফুল বুলি ভুল নকৰিব।এয়া সঁচা কথা।মাজত মাথোঁ এটা দিন বাকী।এক এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব…

পেট্ৰ’লৰ দাম বৃদ্ধিয়ে কেনেকৈ ধনী কৰিছে মোদী চৰকাৰক?

পেট্ৰ’লৰ মূল্য ৭ পইচা বৃদ্ধি হওতে দিল্লীত আন্দোলন কৰিছিল বিজেপিয়ে৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰশান্ত ফুকন আৰু বিজয়া চক্ৰবর্তীৰ আন্দোলনৰ কথাও সর্বজনবিদিত৷পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ আছিল নৰেন্দ্ৰ মোদীও৷এতিয়া মূল্যবৃদ্ধিয়ে জ্বলাকলা…