Browsing Category
গ্ৰন্থ
আজি “বিজেপিয়ে মুদ্ৰাস্ফীতি আনিছে” নামৰ গ্ৰন্থ প্ৰকাশ কৰিব কংগ্ৰেছে
ক্ৰমাগত মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি পেলাইছে দেশৰ জনসাধাৰণক। আগন্তুক বিধান সভা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহটো উত্থাপিত হৈছে এই বিষয়। এই সন্দৰ্ভত আজি কংগ্ৰেছে মূল্যবৃদ্ধি বিষয়ক এক বৈঠকত মিলিত হ'ব। তাৰোপৰি "বিজেপিয়ে মুদ্ৰাস্ফীতি আনিছে"…
১২ দিনত বিক্রী প্ৰায় ৫ কোটি টকাৰ গ্ৰন্থ অসম গ্ৰন্থমেলাত
সামৰণি পৰিল অসম গ্ৰন্থমেলা । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰী জানুৱাৰীলৈকে ১২ দিনীয়াকৈ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হৈছিল অসম গ্ৰন্থমেলা।প্ৰথমবাৰৰ বাবে অসম…
স্থগিত কৰা হ’ল বিশ্ব গ্ৰন্থমেলা
গ্ৰন্থপ্ৰেমীৰ বাবে এক দুঃখবৰ। স্থগিত কৰা হ’ল বিশ্ব গ্ৰন্থমেলা। দেশত বৰ্ধিত কোৰোনা আৰু অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে স্থগিত কৰা হৈছে গ্ৰন্থমেলা। নতুন দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠিত হ’বলগীয়া ৩০ সংখ্যক বিশ্ব গ্ৰন্থমেলাৰ আয়োজকসকলে গ্ৰহণ…
কাৰ নামেৰে পৰিচিত হ’ব খেল ৰত্ন পুৰষ্কাৰ ?
ভাৰতীয় হকী দলে অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছতে হকীৰ যাদুকৰ হিচাপে পৰিচিত ধ্যানচান্দৰ নাম হঠাৎ চৰ্চালৈ আহিছে ৷ তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ‘ৰাজীৱ গান্ধী খেলৰত্ন পুৰষ্কাৰ’ৰ নাম ‘মেজৰ ধ্যানচান্দ খেলৰত্ন পুৰষ্কাৰ’লৈ সলনি কৰিছে ৷…