Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত ৰাষ্ট্ৰীয় দল বিজেপিৰ ওচৰত নতশিৰ হ’বলৈ বাধ্য হৈ পৰিছে একালৰ জাতীয়তাবাদী আঞ্চলিক দল অসম গণ পৰিষদ। অসম আন্দোলনৰ ফলশ্ৰুতিত গঠিত হোৱা অগপক এসময়ত ৰাইজে হিয়া উজাৰি মৰম দিছিল। অসম গণ পৰিষদ মানেই যেন…
সমালোচনাই সম্বিত ঘূৰালে ড’নাল্ড ট্ৰাম্পৰ
৯ এপ্ৰিলৰ মাজনিশাৰ পৰা বলৱৎ হৈছিল ড'নাল্ড ট্ৰাম্পৰ নতুন শুল্ক নীতি। আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈয়েই ড'নাল্ড ট্ৰাম্পে বিশ্বৰ বিভিন্ন দেশৰ ওপৰত জাপি দিছিল অতিৰিক্ত শুল্ক। যাক লৈ সমগ্ৰ বিশ্বত দেখা দিয়ে অৰ্থনৈতিক অনিশ্চয়তা। বিশ্বৰ প্ৰায়বোৰ শ্বেয়াৰ…
ৰাজহুৱা মাটি গোপনে নিজৰ কৰাৰ ষড়যন্ত্ৰ অশোক সিংঘালৰ পত্নীৰ
ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালৰ পত্নীৰ কাণ্ডই স্তম্ভিত কৰি তুলিছে সমষ্টিবাসীক৷ ২০ বছৰে মহিলা সমিতিৰ সংৰক্ষণত থকা ভূমি গোপনে নিজৰ নামত ম্যাদী কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে অশোক সিংঘালৰ পত্নী শিল্পী…
চিমেণ্ট কোম্পানীৰ সন্মুখত কিয় ৰৈ যায় বুলড’জাৰ?
শুকুৰবাৰে পুনৰ উচ্ছেদ অভিযান চলিছে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলীত৷ পূর্বতে উচ্ছেদ চলোৱা স্থানত পুনৰ আশ্ৰয় লোৱা অবৈধ দখলদাৰীৰ বিৰুদ্ধে প্ৰশাসনে পুনৰ চলাইছে উচ্ছেদ অভিযান৷ কচুতলীত প্ৰশাসনৰ এই উচ্ছেদ অভিযানৰ মাজতে এতিয়া ৰহস্যৰ সৃষ্টি…
মানৱ অধিকাৰ আয়োগত জবাবদিহি হ’ব লাগিব অসম আৰক্ষী
‘দ্য ক্ৰছকাৰেণ্ট’ৰ চীফ ৰিপ’ৰ্টাৰ দিলোৱাৰ হুছেইন মজুমদাৰক যড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰি মানৱ অধিকাৰৰ উলংঘন কৰিছে অসম আৰক্ষীয়ে। এই অভিযোগত অসম আৰক্ষী আৰু অসম চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰুজু কৰিছে নিজাববীয়া গোচৰ।
Apex Bank scam: Chairman Biswajit Phukan attempts to use senior journalists to cover up corruption
Sarupathar BJP MLA Biswajit Phukan has adopted a new strategy to hide the corruption in the bank.
বিষয়াক ঢাল কৰি দুৰ্নীতি গাপ দিব নোৱাৰে বিশ্বজিত ফুকনে
এপেক্স বেংকৰ দুৰ্নীতি ঢাকিবলৈ জ্যেষ্ঠ সাংবাদিকৰ নাম ব্যৱহাৰ কৰাৰ চতুৰ কৌশল হাতত লৈছে বেংকৰ অধ্যক্ষ তথা সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিত ফুকনে। অধ্যক্ষ হিচাপে বেংকটোৰ সকলো লেন-দেন বিশ্বজিত ফুকনৰ জ্ঞাতসাৰেই হব লাগে যদিও অজ্ঞানতাৰ ভাও জুৰি…
সংবাদ মাধ্যমক কোনে ভয় কৰে?
ভাৰতৰ সংবাদ মাধ্যম যোৱা কেইটামান বছৰৰ ভিতৰত কি অৱস্থাত উপনীত হৈছে সেয়া প্ৰেছ ফ্ৰীডম ৰেংকিঙতেই ওলাই পৰে৷ বিশ্বৰ ১৮০ খন দেশৰ ভিতৰত প্ৰেছ ফ্ৰীডম ৰেংকিঙত ভাৰতৰ স্থান হ’ল ১৫৯৷ ২০২২ চনত ভাৰতৰ ৰেংকিং আছিল ১৪২৷ এই পতন ধাৰাবাহিকভাৱে অব্যাহত আছে৷…
মুখ্যমন্ত্ৰীয়ে অহংকাৰ এৰকঃ দেৱালৰ লিখন পঢ়ক
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহংকাৰ এৰক আৰু দেৱালৰ লিখন পঢ়ক– এইটোৱে মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ প্ৰতি আজিৰ সময়ৰ পোনপটীয়া আহ্বান৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে ঘোষণা কৰি আহিছে যে অসম এতিয়া আন্দোলন বিবৰ্জিত ৰাজ্য৷চৌপাশে…
সাৰ কাৰখানাক লৈ নতুন বটলত পুৰণি মদ নেকি?
মোদী চৰকাৰৰ এটা শেহতীয়া কেবিনেট সিদ্ধান্ত৷ নামৰূপ সাৰ কাৰখানাত স্থাপন হ’ব চতুৰ্থটো গোট৷ ১২.৭ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনৰ বাবে এই গোট স্থাপনত বিগত ১৯ মাৰ্চত অনুষ্ঠিত কেবিনেটত অনুমোদন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই প্ৰকল্পত ব্যয় হ’ব…