Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
ক'ৰোণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে লৈছে এক বিশেষ সিদ্ধান্ত। ১৭হাজাৰ কাৰাবন্দীক জে'লৰ পৰা মুকলি কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ৰাজ্যখনৰ গৃহমন্ত্ৰী অনিল দেশমুখে। অস্থায়ী জামিন বা পেৰলৰ যোগেদি মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে…
লকডাউন বৃদ্ধিৰ লগতে ২০ লাখ কোটি টকাৰ আর্থিক প্যাকেজ ঘোষণা- প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বক্তব্য:
• ভাৰতবাসীৰ প্রতিজন নাগৰিকৰ প্রতি আমাৰ আহ্বান, স্বনির্ভৰ ভাৰত গঢ়ি তোলক
• চতুর্থ দফাৰ লকডাউন সম্পূৰ্ণ ভিন্ন হব
• কৰোনাভাইৰাচ দীর্ঘদিন আমাৰ মাজত থাকিব
• ২০ লাখ কোটি টাকাৰ আর্থিক প্যাকেজ ঘোষণা, এই…
ক’ৰোণাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দহটা বাছকবনীয়া মন্তব্য
মহামাৰীক লৈ মনৰ কথা প্ৰকাশ কৰাৰ ক্ষেত্ৰত কেতিয়াও পিছ হুহুকি অহা নাই ড’নাল্ড ট্ৰাম্প। পৃথিৱী যেতিয়াৰ পৰাই ক’ৰোণাৰ গ্ৰাসত সোমাল তেতিয়াৰ পৰাই সময়ে-অসময়ে মনৰ কথা প্ৰকাশ কৰি আহিছে ট্ৰাম্পে।
কীটাণুনাশক ইনজেকশ্যন দিয়াৰ পৰা আৰম্ভ কৰি গৰমত ক’ৰোণা…
২ ঘণ্টাৰ ভিতৰত বিক্ৰী ১০ কোটি টকাৰ টিকট
লকডাউনত দেশজুৰি শ্ৰমিকসকল পৰিছে চৰম দুৰৱস্থাত৷ ঘৰলৈ ঘুৰি যাব বিচৰা শ্ৰমিকসকল মাইলৰ মাইলৰ খোজকাঢ়িব লগা হৈছে৷ অৱশেষত ব্যৱস্থা হ'ল শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ৷ টিকটৰ ৮৫ % কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব বুলি কৈছিল যদিও প্ৰকাশিত বিভিন্ন খবৰ অনুসৰি…
এই দৃশ্য দেখি কিয় মনত পৰে আয়লান কুর্দিলৈ?
আয়লান কুর্দিক মনত আছে? ছিৰিয়াৰ এক তিনিবছৰীয়া কনমানি, যাৰ সমুদ্ৰতীৰত পৰি থকা ছবি দেখি কঁপি উঠিছিল সমগ্ৰ বিশ্ব৷ তেতিয়াই, অলকায়দাৰ হাতৰ পৰা বাচিবলৈ ইৰাক,ছিৰিয়াৰ লাখ লাখ বিপন্ন শৰণার্থীয়ে কিদৰে ইউৰোপৰ বিভিন্ন দেশলৈ যাব লগা হৈছে, তাৰ আচল ছবিখন…
পুনৰ আগ্ৰাসী ‘ৰঙা চীন’, সীমান্ত কঁপাই উৰি গ’ল ভাৰতীয় যুদ্ধবিমান
পুনৰ আগ্ৰাসী 'ৰঙা চীন'৷ এইবাৰ লাডাখৰ নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰিলে চীনা সৈন্যৰ যুদ্ধবিমানে৷ লগে লগে সম্ভাব্য আক্ৰমন প্ৰতিহত কৰিবলৈ উৰা মাৰে ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক'চুখই' যুদ্ধবিমান৷ সেনা সূত্ৰ অনুসৰি যোৱা সপ্তাহত লাডাখৰ নিয়ন্ত্ৰণ ৰেখাৰ…
ধৰা পৰিল ক’ৰোণা আক্ৰান্ত
ক'ৰোণা সোমাই পৰিছে এয়াৰ ইণ্ডিয়াৰ দিল্লীৰ মুখ্য কাৰ্যালয়ত। ফলাশ্ৰুতিত দুদিনৰ বাবে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়। এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ এগৰাকী পিয়নৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছে। তাৰবাবেই লোৱা হৈছে এই…
প্ৰয়োজন সৰ্বাত্মক নজৰদাৰীঃ লক্ ডাউন শিথিল কৰাক লৈ সতৰ্কতা WHOৰ
লক্ ডাউন তুলি দিবলৈ প্ৰয়োজন হ'ব 'সৰ্বাত্মক নজৰদাৰী'। লক্ ডাউনকালীন নীতি নিয়মৰ বাকী শিথিল হোৱাৰ পিছত সাৱধান নহ'লে পুনৰ দ্ৰুতগতিত সংক্ৰমিত হ'ব ক'ৰোণা। ভাৰতৰ তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ পৰৱৰ্তী কাৰ্যপন্থাক লৈ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলৰ…
য়ুহানৰ পৰা আহিছে পুনৰ বেয়া খবৰ
চীনৰ য়ুহানৰ পৰা আৰম্ভ হৈছিল অতিমাৰী ক'ৰোনা৷ ক'ৰোনাৰ সংক্ৰমন ৰোধ হোৱাৰ পাছত যোৱামাহত য়ুহানত উঠাই দিয়া হয় লক্ডাউন৷ কিন্তু লক্ডাউন উঠাই লোৱাৰ এমাহৰ পিছত পুনৰ ক'ৰোণা ভাইৰাছৰ সংক্ৰমণ ঘটিছে য়ুহানত। এটা কমপ্লেক্সৰ ৫জনকৈ ব্যক্তিৰ শৰীৰত নতুনকৈ ধৰা…
আজি দেশবাসীক পুনৰ সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে
ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ পিছত আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। নিশা ৮ বজাত প্ৰধানমন্ত্ৰীয়ে কি সম্বোধন কৰিব তাক লৈ ব্যাপক চৰ্চা হৈছে। দেশত লক্ ডাউন বৃদ্ধি কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে…