সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

২০লাখ কোটি টকাৰ পেকেজ এক “ঠাট্টা”- ছোনিয়া গান্ধী

দেশত ক'ৰোনাৰ পৰিস্থিতিক লৈ আজি এক বৈঠকত মিলিত হয় বিৰোধী শিবিৰ, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মমতা বেনাৰ্জীকে ধৰি বিৰোধী দলৰ ৩গৰাকী মুখ্যমন্ত্ৰী, এনচিপি নেতা শাৰদ পাৱাৰ, প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া, ডিএমকে নেতা ষ্টেলিন, চিপিএম নেতা…

দিল্লীত শ্ৰমিকৰ ওপৰত কিয় কীটাণুনাশক স্প্ৰে’ কৰা হ’ল?

শুক্ৰবাৰে দিল্লীৰ লাজপত নগৰত প্ৰবাসী শ্ৰমিকৰ ওপৰত কীটাণুনাশক স্প্ৰে' কৰাৰ ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। শ্ৰমিক স্পেচিয়েল ট্ৰেইনত উঠাৰ পূৰ্বে দিল্লীৰ লাজপত নগৰৰ এখন স্কুলত লগ হৈছিল কেইবাশ শ্ৰমিক। তাতে দক্ষিণ দিল্লী মিউনিচিপাল…

অসমত পুনৰ ৫৩গৰাকীৰ শৰীৰত কোভিড-১৯ পজিটিভ

অসমত পুনৰ ৫৩ গৰাকী লোকৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰে ৪৪ গৰাকী সৰুসজাই কোৱাৰেণ্টীন চেণ্টাৰৰ, ৭জন ডিমা হাছাওৰ আৰু ২গৰাকী কাছাৰৰ ৷ টুইটযোগে প্ৰকাশ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ????Alert ~ Fifty three new #COVID19 + cases…

আৰু তিনি গৰাকী ক’ৰোনা আক্ৰান্ত চিনাক্ত

আৰু তিনিগৰাকী ক’ৰোণা ৰোগী চিনাক্ত ৷ নগাওঁ, শিৱসাগৰ আৰু তিনিচুকীয়াত চিনাক্ত হৈছে এই তিনিগৰাকী ৰোগী ৷ অসমত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যা ২৫৯ ৷ হিমন্ত বিশ্বই টুইট কৰি জনালে এই খবৰ৷ ????Alert ~ Three more #COVID19 + cases detected, one each from…

অসমত একেলগে২৬ গৰাকীৰ দেহত ক’ৰোনা

অসমত ক্ষন্তেক আগতে একেলগে ২৬ গৰাকী লোকৰ দেহত ক’ৰোনাৰ সংক্ৰমণ ধৰা পৰিছে ৷আটাইকেইগৰাকী লোক সৰুসজাইত আছিল ৷ মুঠ ক’ৰোনা ৰোগীৰ সংখ্যা হ’লগৈ ২৫৬। ????Alert ~ In the biggest one-time spike in cases, 26 cases are confirmed #COVID19 +. They are all…

পুনৰ ৮গৰাকীৰ দেহত ক’ৰোনা

অসমত আকৌ বাঢ়িল ক’ৰোনা ৰোগীৰ সংখ্যা ৷ইয়াৰে এগৰাকী MMCHত কোৱাৰেইণ্টিণ হৈ আছিল ৷এগৰাকী SMCHত চিকিৎসাধীন হৈ আছিল৷আন ৬ গৰাকী শিলশৰত কোৱাৰেইণ্টিণ হৈ আছিল ৷এই ৮গৰাকীকে ধৰি শেহতীয়া তথ্যমতে অসমৰ মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ২৩০ ৷ এই খবৰ টুইট…

ৰাজ্যত ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি

ৰাজ্যত ক'ৰোনাৰ আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি। এইমুহূৰ্তত অহা খবৰ অনুসৰি শিলচৰত কোৱাৰেণ্টীন চেণ্টাৰত থকা দুগৰাকীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। তাৰে এগৰাকী কাছাৰৰ আবাসী আৰু আনগৰাকী হাইলাকান্দিৰ। টুইটেযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।…

ব্যক্তিগত চিকিত্সালয়ৰ ৮০ শতাংশ বিচনাত নিয়ন্ত্ৰণ মহাৰাষ্ট্ৰ চৰকাৰৰ

মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ চৰকাৰে ৰাজ্যখনৰ ব্যক্তিগত চিকিত্সালয়ৰ ৮০শতাংশ বেড ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণলৈ আনিছে। ৰাজ্যখনত অত্যাধিক হাৰত টকা লোৱাৰ অভিযোগৰ বাবে চৰকাৰখনে ৩১ আগষ্টলৈকে এই নিয়ম বলৱত্ হোৱাকৈ লৈছে সিদ্ধান্ত। যোৱা নিশা চৰকাৰে লোৱা এই…

‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃশ্য- ৰাস্তাত বহি মৃত কুকুৰৰ মাংস খাইছে এজন শ্ৰমিকে

ক'ৰোনাই সৃষ্টি কৰা সংকট আৰু লক্ ডাউনত বিধ্বস্ত দেশ। ক'ৰোনাই যেন উদঙাই দিছে প্ৰকৃত ভাৰতৰ ছবিখন। প্ৰবাসী শ্ৰমিক, দৰিদ্ৰ মানুহ কিমান ভয়াৱহ সংকটত পৰিছে তাৰ বিভিন্ন খবৰ প্ৰকাশ পাই আহিছে । পদব্ৰজে ঘৰলৈ ওভতাৰ সময়ত মৃত্যুও ঘটিছে বহুতৰ। কিছুদিন…

ভাৰত-চীন সীমান্তত বাঢ়িছে পুনৰ উত্তেজনা

'আকচাই চীন' । লাডাখৰ ভাৰত-চীন সীমান্তৰ চীনৰ ঝিনঝিয়াঙৰ স্বায়ত্বশাসিত অঞ্চলৰ হুটানৰ এক অংশ। ভাৰতৰ দাবী- আকচাই চীন লাডাখৰ অংশ। এই আকচাই চীনতে ভাৰতীয় সৈন্যৰ বিৰুদ্ধে অবৈধভাৱে শিবিৰ নিৰ্মাণৰ অভিযোগ আনিছে বেইজিঙে। আনকি কঠোৰ প্ৰত্যুত্তৰ দিয়া…